• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ ইউক্ৰেইন দখল কৰিবলৈ চেষ্টা কৰিলে ৰাছিয়াৰ পতন ঘটিব; ট্ৰাম্পে সকীয়ালে পুটিনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 2:23 pm
156
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ চহৰসমূহত আক্ৰমণ অব্যাহত ৰখাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক “পাগল” (absolutely crazy) বুলি অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে লগতে সকীয়াই দিয়ে যে যদি পুটিনে ইউক্ৰেইনক সম্পূৰ্ণৰূপে দখল কৰিব বিচাৰে তেন্তে সেয়াই হ’ব ৰাছিয়াৰ “পতনৰ কাৰণ”।

সোমবাৰে (২৬ মে’) ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, দেওবাৰে (২৫ মে’) তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত এটা পোষ্টত ট্ৰাম্পে লিখিছে, ‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মোৰ সদায় বহুত ভাল সম্পৰ্ক আছিল, কিন্তু তেওঁৰ কিবা এটা হৈছে, তেওঁ এতিয়া সম্পূৰ্ণ পাগল হৈ পৰিছে!’

তেওঁ লগতে লিখিছে, “মই সদায় কৈ আহিছো যে তেওঁ কেৱল এটা অংশ নহয়, সমগ্ৰ ইউক্ৰেইন বিচাৰে। হয়তো মোৰ কথাবোৰ এতিয়া সঠিক বুলি প্ৰমাণিত হৈছে। কিন্তু যদি তেওঁ তেনেকুৱা কৰে তেন্তে সেয়া হ’ব ৰাছিয়াৰ পতনৰ আৰম্ভণি!”

ইপিনে, নিউ জাৰ্ছিৰ মৰিছটাউনৰ বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ‘পুটিনে যি কৰিছে তাত মই সুখী নহয়। তেওঁ বহু লোকক হত্যা কৰি আছে। এইটো মই একেবাৰে ভালকৈ লোৱা নাই। পুটিনৰ কি হৈছে মই নাজানো।’

দেওবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহত ৩৬৭টা ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলায়, যিটো যুদ্ধৰ এতিয়ালৈকে সৰ্ববৃহৎ বিমান আক্ৰমণ। ৰাজধানী কিয়েভকে ধৰি বিভিন্ন চহৰত সংঘটিত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।

শেহতীয়াকৈ ট্ৰাম্পে তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ দুয়োপক্ষৰ মাজত যুদ্ধবিৰতিৰ আহ্বান জনাইছে। যোৱা সপ্তাহত তেওঁ পুটিনৰ সৈতে দুঘণ্টাৰো অধিক সময় ফোনত কথা পাতিছিল।

Recent News

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

দুই শিক্ষকৰ বিৰুদ্ধে নয়ডাত ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ তুলি চৰম সিদ্ধান্ত ল’লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

আইচিচিৰ নতুন উদ্যোগ! ২০২৮ চনত ৩২টা দলৰ টি-২০ বিশ্বকাপৰ পৰিকল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd