• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্তন কেঞ্চাৰৰ পৰা সাৱধান : নিজৰ স্তন কেনেকৈ পৰীক্ষা কৰিব পাৰি জানো আহক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 27, 2025 5:49 pm
606
VIEWS
Share on FacebookShare on Twitter

আজিকালি স্তন কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ সাংঘাটিক ধৰণে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৰ্কট ৰোগ পঞ্জীয়ন কাৰ্যসূচী (এনচিআৰপি) ৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতত নতুনকৈ ১৪ লাখতকৈও অধিক স্তনৰ কৰ্কট ৰোগী ধৰা পৰিছে। গতিকে স্তনৰ কৰ্কট ভাৰতৰ এক ডাঙৰ সমস্যা ৰূপে দেখা দিছে।

চিকিৎসক তথা স্তন কৰ্কট বিশেষজ্ঞ সকলে এনে এটা পদ্ধতি উদ্ভাৱন কৰিছে যাৰ দ্বাৰা মহিলা সকলে ঘৰতেই নিজৰ স্তন পৰীক্ষা কৰিব পাৰে। এনেদৰে নিয়মীয়াকৈ স্তন পৰীক্ষা কৰাৰ ফলত প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগ ধৰা পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

স্তন কেঞ্চাৰৰ পৰীক্ষা কেতিয়া আৰু কেনেকৈ কৰিব?

১) মাহেকীয়া ঋতুস্ৰাৱৰ ছয় দিনৰ পিছত নিয়মীয়াকৈ দুয়োটা স্তন পৰীক্ষা কৰিব। নিপল ভিতৰলৈ সোমাই থকা অথবা কোনো ধৰণৰ অস্বাভাৱিক ৰস ওলোৱা । নিপল বা স্তনৰ ছাল কোচ খোৱা আদি অস্বাভাৱিক লক্ষণ আছে নেকি লক্ষ কৰিব।

(২) আইনাৰ সন্মুখত ঠিয় হৈ দুয়োটা নিপলৰ ওপৰত এডাল ৰূলমাৰী ৰাখিব। এনে অৱস্থাত ৰূলমাৰীডাল সমান্তৰালভাৱে আছে নে নাই চাব । স্বাভাৱিক স্থানৰ ক্ষেত্ৰত ৰূলমাৰীডাল সমান্তৰাল ভাবে থাকে।

(৩) সেইদৰে দুয়োটা স্তনৰ তলত ৰূলমাৰীডাল ৰাখিব আৰু স্তন দুটা সমান স্তৰত আছে নে নাই চাওক। এনে অৱস্থাত স্বাভাৱিক স্তন যূগল সমান স্তৰত থাকে।

(৪) দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আছে নেকি চাওক।

(৫) মূৰৰ পিছফালে সোহাত ৰাখিব আৰু বাওহাতেৰে সো স্তনত সামান্য চাপ দি ঘৰীৰ কাটাৰ দিশত ঘূৰাই পৰীক্ষা কৰক । সেইদৰে বাওঁ হাত মূৰৰ পিছলৈ নি সোহাতেৰে বাওস্থন পৰীক্ষা কৰক ‌। এই পৰীক্ষা কৰোঁতে স্তনত টেমুনা বা আন অস্বাভাৱিকতা পাইছেনেকি মন কৰিব ‌

(৬) স্তনৰ বাহিৰৰ পৰা নিপলৰ দিশত মৃদু চাপ দি পৰীক্ষা কৰিব। টেমুনা বা আন অস্বাভাৱিক কিবা পাইছেনেকি মন কৰক ।

(৭) কাষলতিৰ তলত যিকোনো ধৰণৰ টেমুনা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব ।

এনেদৰে পৰীক্ষা কৰাৰ পিছত যদি ইয়াৰ যিকোনো লক্ষণ দেখা পায় তেন্তে ততালীকে চিকিৎসকৰ কাষলৈ যাওঁক।

Recent News

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

নিজৰ ৪০০০ কোটি টকাৰ সমগ্ৰ সম্পত্তি দান কৰিছে জেকী চানে; পুত্ৰকো নিদিলে একো?

নিজৰ ৪০০০ কোটি টকাৰ সমগ্ৰ সম্পত্তি দান কৰিছে জেকী চানে; পুত্ৰকো নিদিলে একো?

অৰুণাচলত তীব্ৰতৰ হৈ পৰিছে নদীবান্ধ বিৰোধী আন্দোলন! প্ৰতিবাদৰ মাজতে বিদ্যুৎ উৎপাদনৰ বাবে সাজু এনএইচপিচি

অৰুণাচলত তীব্ৰতৰ হৈ পৰিছে নদীবান্ধ বিৰোধী আন্দোলন! প্ৰতিবাদৰ মাজতে বিদ্যুৎ উৎপাদনৰ বাবে সাজু এনএইচপিচি

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ভুল’! স্বামীক হত্যাৰ অপৰাধত অভিযুক্তই আদালততে দিলে কেমিষ্ট্ৰীৰ পাঠ

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ভুল’! স্বামীক হত্যাৰ অপৰাধত অভিযুক্তই আদালততে দিলে কেমিষ্ট্ৰীৰ পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd