• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-পাকিস্তানৰ সংঘাত বন্ধ কৰিবলৈ শুল্ক! ট্ৰাম্পৰ শুল্ক নীতি বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 11:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতি পৰিল ট্ৰাম্পৰ শুল্ক যুদ্ধ! আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতি বাতিলৰ নিৰ্দেশ দিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আদালতে। আদালতে স্পষ্ট কৰি দিছে যে ট্ৰাম্পে নিজৰ কৰ্তৃত্বৰ বাহিৰত কাম কৰিছে। বিধায়িনী দলৰ সদস্যৰ লগত আলোচনা নকৰাকৈয়ে তেওঁ বিভিন্ন দেশত অতিৰিক্ত কৰ আৰোপ কৰিছে বুলি উল্লেখ কৰিছে। কিন্তু এই আদালতৰ নিৰ্দেশত নতশিৰ হ’বলৈ সাজু হোৱা নাই ট্ৰাম্প প্ৰশাসন।  ট্ৰাম্প প্ৰশাসনে যুক্তি দিছে  চীনৰ আগ্ৰাসন দমন কৰিবলৈ আৰু ভাৰত-পাকিস্তানৰ সংঘাত ৰোধ কৰিবলৈ ‘শুল্ক’ ব্যৱহাৰ কৰিছিল।

এতিয়া  এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন কৰিবলৈ ওলাইছে হোয়াইট হাউছ। ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি অহাৰ পিছত বিভিন্ন দেশত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছিল। ২ এপ্ৰিলৰ পৰা তেওঁ নতুন শুল্ক নীতি কাৰ্যকৰী কৰে।এই দিনটোক আমেৰিকাৰ ‘মুক্তি দিৱস’ হিচাপেও ঘোষণা কৰা হয়। যাৰ প্ৰভাৱ পৰিছে বিশ্ব বাণিজ্য। চীনেও প্ৰতিশোধ স্বৰূপে আমেৰিকাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিছে। এই ‘বাণিজ্য যুদ্ধ’ৰ মাজতে আমদানিকৃত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল বহু আমেৰিকান ব্যৱসায়ীয়ে ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে আদালতৰ কাষ চাপে। বুধবাৰে শুনানিৰ সময়ত মানহাটান আদালতৰ তিনিজন ন্যায়াধীশে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ আইনী বাধ্যবাধকতাৰ বাহিৰত কাম কৰিছে। আমেৰিকাৰ কংগ্ৰেছৰ লগত এই বিষয়ত আলোচনা নকৰাকৈয়ে তেওঁ অকলে সকলো সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।

Apply Now

উল্লেখ্য বিশ্বৰ বিভিন্ন দেশে আমেৰিকাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা বাবে ট্ৰাম্পে এই নীতি গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। সেয়েহে ব্যৱসায়ৰ ক্ষেত্ৰত আমেৰিকাৰ ব্যৱসায়ীসকলে এক বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলি মত  প্ৰকাশ কৰি। এয়া দেশত জৰুৰীকালীন অৱস্থাৰ সমতুল্য বুলি অভহিত কৰিছে। সেয়েহে ঘাটি হ্ৰাস কৰাৰ লগতে আমেৰিকাৰ ব্যৱসায়ক প্ৰসাৰিত কৰাৰ বাবে শুল্ক আৰোপ কৰা হৈছে বুলি যুক্তি দৰ্শাইছে।  এই সিদ্ধান্তৰ জৰিয়তে ট্ৰাম্প চৰকাৰে ১৯৭৭ চনত কাৰ্যকৰী হোৱা ‘আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন’ ৰক্ষা কৰা বুলি দিয়াৰ পৰিৱৰ্তে অদালতে এই জৰুৰীকালীন আইনখনেও ৰাষ্ট্ৰপতিক আন দেশৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাৰ আমদানি নিয়ন্ত্ৰণ কৰাৰ চূড়ান্ত কৰ্তৃত্ব প্ৰদান নকৰে বুলি  উল্লেখ কৰিছে। এই আইনখনে ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থাত কিছুমান প্ৰয়োজনীয় অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষমতাহে প্ৰদান কৰে বুলি অদালতে স্পষ্ট কৰি দিছে।

Tags: EconomicEmergencyGlobalTradeIndiaPakistannternationalTradeLawTariffOverreachTradePolicyTradeWarTrumpTariffsUSChinaTensionsUSPolitics
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd