• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2025 10:44 am
384
VIEWS
Share on FacebookShare on Twitter

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰা আৰু তেওঁলোকৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে।

ঘোষিত বিদেশী হ’ল অৰ্ধ-ন্যায়িক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় নাগৰিক নহয় বুলি বিচাৰ কৰা লোক। অসম আৰক্ষীৰ সীমান্ত শাখাই এনে লোকক বিদেশী বুলি সন্দেহ কৰি এই ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে।

এই গোচৰটো ভাতৃদ্বয় আবু বক্কাৰ ছিদ্দিক আৰু আকবৰ আলীৰ সৈতে জড়িত। আবেদনকাৰীৰ মতে, ২৫ মে’ অৰ্থাৎ তেওঁলোকক গ্ৰেপ্তাৰ হোৱাৰ দিনৰে পৰা তেওঁলোকৰ অৱস্থাৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে কৰ্তৃপক্ষই।

বন্দী দুজনক প্ৰতিনিধিত্ব কৰা ছয়জন অধিবক্তাৰ ভিতৰত এজন অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে, ‘আজি শুনানিৰ সময়ত ৰাজ্যিক অধিবক্তাই স্বীকাৰ কৰে যে ভাতৃদ্বয়ক আটক কৰি ৰখা হৈছে আৰু সীমান্ত আৰক্ষীৰ জিম্মাত আছে।’

আন অধিবক্তাসকল হ’ল অমন ৱাদুদ, দীপেশ কে আগৰৱাল, অনিকেত মিশ্ৰ, আব্দুল মতিন, আৰু আমিনুৰ ৰহমান।

মধ্য অসমৰ মৰিগাঁও জিলাৰ ৫১ বছৰীয়া শিক্ষককে ধৰি ১৪জন ঘোষিত বিদেশীক দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ অভিযোগ উত্থাপন হোৱাৰ দুদিন পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰা এই জাননী দিয়া হৈছে।

সীমান্তত কৰ্মৰত সীমান্ত সুৰক্ষা বাহিনীয়ে অৱশ্যে কয় যে তেওঁলোক বাংলাদেশী নাগৰিক যিয়ে অবৈধভাৱে দেশত লুকাই চুৰকৈ প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd