• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 10:53 am
148
VIEWS
Share on FacebookShare on Twitter

তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়া। তেওঁৰ বিয়াৰ খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা ক্ৰিকেট জগতত তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। ৰিংকু সিঙে কাক বিয়া কৰাব, কেনেকৈ পৰিচয় হ’ল তেওঁলোকৰ? ক্ৰিকেটপ্ৰেমীৰ মাজত এনে প্ৰশ্নৰ ওপৰত  চৰ্চা চলি আছে। এতিয়া চৰ্চালৈ আহিছে তাৰকা ক্ৰিকেটাৰগৰাকীৰ হ’বলগীয়া পত্নী প্ৰিয়া সৰোজৰ পৰিচয়।

ইতিমধ্যে গম পোৱা গৈছিল যে ৰিংকু সিঙৰ বিয়া খুব সোনকালে হ’ব। এইবাৰ কলকাতা নাইট ৰাইচাৰ্ছৰ আই পি এল অভিযানৰ সোনকালে অন্ত পৰিছে। ইয়াৰ মাজতে ৰিংকুৱে বিয়াখন পাতি পেলোৱাৰ কথা ভাবিছে।

জানিব পৰা মতে অহা ৮ জুনত প্ৰিয়া সৰোজৰ সৈতে তেওঁৰ এংগেজমেণ্ট হ’ব। ৰিংকু সিং আৰু প্ৰিয়াৰ এংগেজমেণ্ট লক্ষ্ণৌৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজ। জন্ম বাৰাণসীত। প্ৰিয়া ৰাজনৈতিক পৰিয়ালৰ কন্যা। তেওঁৰ পিতৃ টুফনী সৰোজে তিনিবাৰকৈ সমাজবাদী পাৰ্টিৰ সাংসদ হৈছে। কিন্তু ২০১৪ চনত লোকসভা নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

প্ৰথমতে প্ৰিয়া ৰাজনীতিৰ পৰা আঁতৰি আছিল। তেওঁ নতুন দিল্লীত স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত প্ৰেয়াই এমিটিত আইন অধ্যয়ন কৰিছিল।

প্ৰিয়াই প্ৰথমে আইনৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিল। জনা যায় যে ক’ৰ’না কালত তেওঁ ন্যায়াধীশ হোৱাৰ প্ৰস্তুতি চলাইছিল। উচ্চতম ন্যায়ালয়ত উকীল হিচাপেও কিছুদিন প্ৰেকটিছ কৰিছিল। প্ৰিয়াই সমাজবাদী পাৰ্টিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। মছলিশহৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ দ্বিতীয় কনিষ্ঠতম সাংসদ হিচাপে পৰিগণিত হয় প্ৰিয়া।

প্ৰিয়া-ৰিংকু সিঙৰ জৰিয়তে ৰাজনীতি আৰু ক্ৰিকেটৰ জগতখন পুনৰ এবাৰ সংযোগ হ’বলৈ গৈ আছে। জানিব পৰা মতে, এজন ক্ৰিকেটাৰৰ জৰিয়তে দুয়োৰে পৰিচয় হৈছিল। অৱশ্যে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হ’লেও পৰিয়ালৰ সন্মতিলৈ অপেক্ষা কৰি আছিল। দুয়োটা পৰিয়ালৰ উপস্থিতিত বাগ্দান কৰিবলৈ ওলাইছে ৰিংকু-প্ৰিয়া।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd