• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মা ক’ত আছে? সোমবাৰে উচ্চতম ন্যায়ালয়ত প্ৰতিধ্বনিত হ’ল এজন পুত্ৰৰ হাহাকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 3:05 pm
104
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে মনোৱাৰা বেভা নামৰ এগৰাকী মহিলাক বাংলাদেশলৈ প্ৰত্যাৰ্পণৰ পূৰ্বে ‘বিনা ন্যায়বিচাৰে’ অবৈধভাৱে আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পুত্ৰই।

আটকাধীন মহিলাগৰাকীক  আদালতত হাজিৰ কৰিবলৈ দাবী জনাইছে তেওঁৰ পুত্ৰই। ইউনুছৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ আহ্বানৰ পিছত আদালতে তেওঁৰ আবেদন – হাবিয়াছ কৰ্পাছ আবেদন – শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয় আৰু  মহিলা গৰাকীক অনুচিতভাৱে আটক কৰা হৈছে উল্লেখ কৰে।

ইউনুছে অভিযোগ কৰিছে যে অসম আৰক্ষীয়ে তেওঁৰ মাতৃৰ লগতে আৰু বহুলোকক প্ৰত্যাৰ্পণৰ বাবে নিশাটোৰ ভিতৰতে আটক কৰি ৰাখিছিল।

উল্লেখ্য যে আদালতে ‘বিদেশী’ শিবিৰ’ত আবদ্ধ হৈ থকাসকলক যদি তিনি বছৰতকৈ অধিক সময় তাত বাস কৰিছিল তেন্তে তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ পিছতে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল বেৱাক। ।

কিছুমান চৰ্ত সাপেক্ষে জামিনৰ অনুমতি দিয়া হৈছিল বুলি উল্লেখ কৰিছে আদালতে। ইউনুছে কয় যে তেওঁৰ মাকে সকলো চৰ্ত মানি চলিছিল যদিও ২৪ মে’ত তেওঁৰ সাক্ষ্য গ্ৰহণৰ কৰাৰ অজুহাতত তেওঁক থানালৈ মাতি অনা হৈছিল।

তেতিয়াৰ পৰাই মহিলা গৰাকীক  জিম্মাত ৰখা বুলি দাবী কৰিছে পুত্ৰই। তেওঁ কয় যে তেওঁৰ মাতৃৰ গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু মাতৃ জামিনত বাহিৰত আছে বুলি আৰক্ষীক জনাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে তেওঁক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

Tags: AssamNewsAssamPoliceDeportationCaseForeignerTribunalHabeasCorpusHumanRightsIndiaIllegalDetentionIndianJudiciaryJusticeForManuwaraKapilSibalManuwaraBewaSupremeCourtIndia

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd