• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 7:23 pm
143
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসম চৰকাৰে সন্দেহযুক্ত বিদেশীক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাদী পক্ষই অভিযোগ কৰিছে যে সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব নিশ্চিত নকৰাকৈ আৰু পৰ্যাপ্ত আইনী সুবিধা নিদিয়াকৈ আটক কৰি বিতাড়িত কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে সোমবাৰে এই গোচৰ খাৰিজ কৰে। আদালতে কয় যে যদি বাদীয়ে বিচাৰে তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে।

উলেখ্য যে অসমৰ এই নীতি সন্দৰ্ভত কিয় উচ্চ ন্যায়ালৰ দ্বাৰস্থ নোহোৱাকৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠে। আদালতে প্ৰশ্ন কৰে যে আপুনি কিয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই? তাৰ পিছত বাদীজনৰ অধিবক্তা সঞ্জয় হেগড়ে কয় যে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ আদেশৰ বিষয়ে উল্লেখ কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বিচৰা নাছিল।

ইয়াৰ পিছতে বাদীৰ অধিবক্তাই কয় যে তেওঁলোকে গোচৰটো প্ৰত্যাহাৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত পুনৰ গোচৰ তৰিব। অসম চৰকাৰে বৈধ নথি-পত্ৰ অবিহনে বিদেশী নাগৰিকক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই গোচৰত শুদ্ধ নিয়ম মানি চলা হোৱা নাই বুলি বাদীয়ে অভিযোগ কৰে। তেওঁৰ পক্ষই কয় যে সন্দেহজনক লোকজনৰ নাগৰিকত্ব সঠিকভাৱে পৰীক্ষা নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত শেহতীয়া কিছু খবৰৰ কথাও উল্লেখ কৰে বাদীয়ে।

 তেওঁ দাবী কৰে যে অসম আৰক্ষী আৰু প্ৰশাসনে ‘পুছ বেক’ নীতিৰ জৰিয়তে কোনো নিয়ম মানি নচলি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নীতিয়ে সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদ উলংঘা কৰা বুলিও দাবী কৰিছে বাদীয়ে।

Tags: Article14Article21AssamPushbackPolicyCitizenshipRightsGauhatiHighCourtHumanRightsIndiaIllegalDeportationIndianConstitutionLegalNewsIndiaSupremeCourtIndia

Recent News

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd