• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুটা পৰ্যায়ত জাতি গণনাৰ লগতে অনুষ্ঠিত হ’ব লোকপিয়ল-২০২৭

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2025 9:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতি গণনাৰ লগতে দুটা পৰ্যায়ত জনসংখ্যা লোকপিয়ল-২০২৭ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জনসংখ্যা লোকপিয়ল – ২০২৭ ৰ ৰেফাৰেন্স তাৰিখ হ’ব মাৰ্চ, ২০২৭ চনৰ প্ৰথম দিনৰ ০০:০০ বজা।কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্যৰ অ-সময়ত হিমপাত হোৱা এলেকাৰ বাবে ৰেফাৰেন্স তাৰিখ হ’ব ২০২৬ চনৰ অক্টোবৰ মাহৰ প্ৰথম দিনটোৰ  ০০.০০ ঘণ্টা। ওপৰৰ উল্লেখ কৰা তাৰিখসমূহৰ সৈতে জনসংখ্যা লোকপিয়ল চলোৱাৰ উদ্দেশ্যে   ১৯৪৮ চনৰ লোকপিয়ল আইন ১৯৪৮ৰ ধাৰা ৩ৰ বিধান অনুসৰি অধিসূচনা ১৬.০৬.২০২৫ তাৰিখে আংশিকভাৱে চৰকাৰী ৰাজপত্ৰত প্ৰকাশ কৰা হ’ব।

ভাৰতৰ লোকপিয়ল জনগণনা আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ৰ বিধান অনুসৰি কৰা হয়।ভাৰতৰ অন্তিমটো লোকপিয়ল ২০১১ চনত দুটা পৰ্যায়ত কৰা হৈছিল। সেইবোৰ হৈছে ক্ৰমে  i) প্ৰথম পৰ্যায় – গৃহ তালিকাভুক্তকৰণ (HLO) (১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ ২০১০) আৰু (ii) দ্বিতীয় পৰ্যায় – জনসংখ্যা গণনা (PE) (০৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ২০১১) । ৰেফাৰেন্স তাৰিখৰ আছিল  – ২০১১ চনৰ মাৰ্চ মাহৰ প্ৰথমটো  দিনৰ ০০:০০ বজাত। জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ অসময়ত হিমপাত হোৱা  অঞ্চলৰ  বাবে ২০১০ চনৰ ১১ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰেফাৰেন্স তাৰিখ ২০১০ চনৰ অক্টোবৰৰ প্ৰথম দিনটোৰ ০০.০০ ঘণ্টা অনুসৰি   অনুষ্ঠিত কৰা হৈছিল।

Apply Now

২০২১ চনৰ লোকপিয়লো  ২০২০ চনৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত প্ৰথম পৰ্যায় আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰে দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।২০২১ চনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা কিছু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ক্ষেত্ৰভিত্তিক কাম আৰম্ভ কৰাৰ কথা আছিল।কিন্তু ২০২০ চনত কোভিড-১৯ মহামাৰীৰ  প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ দেশত  লোকপিয়লৰ কাম স্থগিত ৰখা হৈছিল ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd