• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিয়ন্ত্ৰণহীন ট্ৰাক বাগৰি খুন্দা মাৰিলে অটোৰিক্সাত; ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 5, 2025 6:27 pm
73
VIEWS
Share on FacebookShare on Twitter

এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু ঘটিছে। প্ৰয়াগৰাজৰ গংগা নদীত গা ধুই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। আটাইকেইজন অটোৰিক্সাৰে উভতি আহিছিল। এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই অটোৰিক্সাখনত খুন্দা মাৰে। মধ্যপ্ৰদেশৰ ৰেৱা জিলাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোহাগী উপত্যকাৰ সমীপৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গংগাত গা ধুই অটোৰিক্সাৰে উভতি আহিছিল ৮জন লোক। ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাক বাগৰি পৰি অটোৰিক্সাত খুন্দা মাৰে। অটোৰিক্সাখন বিধ্বস্ত হৈ পৰে।

দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় ৪ জন লোকৰ। চিকিৎসালয়ত মৃত্যু হয় আৰু তিনিজনৰ। নিহতসকলৰ ভিতৰত চাৰিটা শিশু আৰু এগৰাকী মহিলাও আছে।

অঞ্চলটোৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিবেক লালে জনোৱা মতে, দুৰ্ঘটনাত আহত এজন ব্যক্তিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তেওঁ কয় যে প্ৰয়াগৰাজত গা ধুই ৮জন লোক অট’ৰে মোৱাগাঞ্জৰ নাইগাৰীলৈ উভতি আহিছিল। ট্ৰাকখন বাগৰি পৰি তলত অটোখন থেতেলিয়াই পেলায়।

Recent News

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

ব্ৰেকফাষ্টত সিজোৱা কণী খাই নেকি? জানক সবিশেষ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd