• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2025 11:54 am
পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব সীমান্ত ৰেলৱেই  শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস ২০২৫ মালিগাওঁস্থিত ৰংভৱনত “প্লাষ্টিকৰ প্ৰদূষণৰ অৱসান”এই আন্তঃৰাষ্ট্ৰীয় মূল থিমৰ সৈতে উদযাপন কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানটো উত্তৰ পূব সীমান্ত ৰেলৱে মহিলা কল্যাণ সংস্থাৰ (এনএফআৰডব্লিউডব্লিউও) সভানেত্ৰী শালিনী শ্ৰীবাস্তৱৰ সৈতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তবৰ দ্বাৰা আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

এই অনুষ্ঠানটোৰ মূখ্য আকৰ্ষণ আছিল উত্তৰ পূব সীমান্ত ৰেলৱে আৰু কটন বিশ্ববিদ্যালয়ৰ মাজত পৰিৱেশ সংৰক্ষণৰ দিশত এক সহযোগিতামূলক গৱেষণা চলাই নিয়াৰ বাবে এখন বুজাবুজি চুক্তি (এমঅইউ) স্বাক্ষৰ।

এই কাৰ্যসূচীত মহাপ্ৰৱন্ধকৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল। আনহাতে মাণ্ডলিক ৰেলৱে প্ৰৱন্ধকসকলে (ডিআৰএম) আৰু অন্যান্য মাণ্ডলিক বিষয়াবৰ্গই সমগ্ৰ উত্তৰ পূব সীমান্ত ৰেলৱে নেটৱৰ্কত প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰদান কৰিবলৈ সংশ্লিষ্ট স্থানসমূহৰ পৰা অনলাইনযোগে অংশগ্ৰহণ কৰে।

এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰাৰ সময়ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা এম. কালিমুথু, মুখ্য যান্ত্ৰিক অভিযন্তা (পৰিৱেশ আৰু স্বাস্থ্য ব্যৱস্থাপনা) আৰু গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰপৰা পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গে প্ৰতিনিধিত্ব কৰে।

এই চুক্তিখনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ, যেনে-জলবায়ু প্ৰতিৰোধী আন্তঃগাঁথনি, পুনৰনৱীকৰণযোগ্য শক্তি, বন্যপ্ৰাণী সংৰক্ষণ আৰু এআই পৰিচালিত বহনক্ষম পৰিবহন সমাধানৰ লগতে সহযোগিতামূলক গৱেষণা আৰু উন্নয়নৰ দিশত ভেটি স্থাপন কৰে। এই অংশীদাৰিত্বই একত্ৰিত পৰিবেশ যতন আৰু শিক্ষা প্ৰতিষ্ঠান তথা ভাৰতীয় ৰেলৱেৰ জ্ঞান বিনিময়ৰ দিশত এক প্ৰগতিশীলপদক্ষেপৰ ইঙ্গিত দিয়ে।

উক্ত অনুষ্ঠানটোত দক্ষিণ-পশ্চিম ৰেলৱেৰ অবসৰপ্ৰাপ্ত মুখ্য যান্ত্ৰিক অভিযন্তা  অজয় সিঙে অতিথি ভাষণ প্ৰদান কৰি ষ্টেচনৰ জলপান গৃহসমূহত প্লাষ্টিকৰ পেকেজিং নিৰ্মূল কৰাৰ বিষয়ে মূল্যবান মতামত দাঙি ধৰে। এই উপলক্ষ্যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ স্কাউটছ আৰু গাইডছৰ দ্বাৰা পৰিবেশিত “প্লাষ্টিক প্ৰদূষণৰ অবসান” এক থীমেটিক নাটখনত,পেলাই দিয়া প্লাষ্টিক বতলৰ ক্ষতিকৰ জীৱনচক্ৰ উদ্ঘাটন কৰা হয় আৰু দৰ্শকসকলক “হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা, পুনৰ প্ৰক্ৰিয়াকৰণ”গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।

সামৰণি ভাষণত মহাপ্ৰৱন্ধকে ৫০ টা গুৰুত্বপূৰ্ণ ষ্টেচনত প্লাষ্টিক সংগ্ৰহৰ বাবে ডাষ্টবিনৰ স্থাপন আৰু ৰেলৱে প্ৰতীক্ষা কক্ষসমূহত পুনৰ ব্যৱহাৰযোগ্য চাহৰ কাপৰ প্ৰৱৰ্তনৰ সৈতে এক নতুন সেউজ ব্যৱস্থাৱলীৰ ঘোষণা কৰি ইয়াৰ বহন ক্ষমতাৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিজৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে।

এক বিশেষভাৱে প্ৰস্তুত কৰা চুটি চলচিত্ৰৰ জৰিয়তে উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত পৰিৱেশ বান্ধৱ পদক্ষেপসমূহ, যেনে- প্লাষ্টিকৰ পানী বটলৰ নিৰ্মূলৰ বাবে গুৰুত্বপূৰ্ণ স্থানসমূহত পানী ভৰাব পৰা জল ষ্টেচনৰ স্থাপন আৰু কেটাৰিং সেৱাত জৈৱ পচনশীল বিকল্পৰ গ্ৰহণৰ ওপৰত অৱগত কৰে। ইয়াৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱে প্লাষ্টিক হ্ৰাস কৌশল পুনঃপ্ৰক্ৰিয়াৰ বাবে অংশদাৰীত্ব আৰু সেউজ সাফল্যৰ ওপৰত এখন পাৰিপা্ৰ্শ্বিক পুথিও মুকলি কৰা হয়।

এনেদৰে পৰিচালিত প্রচেষ্টাসমূহৰ জৰিয়তে, অৰ্থাৎ কটন বিশ্ববিদ্যালয়ৰ সৈতে কৰা বুজাবুজিৰ চুক্তিৰ পৰা আৰম্ভ কৰি নাটক,  বক্তৃতা আৰু অনগ্ৰাউণ্ড প্লাষ্টিক হ্ৰাসৰ ব্যৱস্থাৱলী পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰেলৱে এক স্বচ্ছ, সেউজ আৰু অধিক বহনক্ষম ভৱিষ্যৎ নিৰ্মাণৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰতিষ্ঠা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd