• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধীক ‘অপৰিপক্ক’ বুলি অভিহিত কৰাৰ বাবে দিগ্বিজয় সিঙৰ ভাতৃক নিলম্বন কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 8:06 pm
128
VIEWS
Share on FacebookShare on Twitter

গান্ধী পৰিয়াল ‘সৰ্বোচ্চ’। কোনো ধৰণৰ মতানৈক্য সহ্য কৰা নহয়। এই কংগ্ৰেছে পুনৰ স্পষ্ট কৰি দিলে। ৰাহুল গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাক ‘অপৰিপক্ক’ বুলি কোৱাৰ শাস্তি হিচাপে দলৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ ভাতৃ লক্ষ্মণ সিঙক নিলম্বন কৰিছে কংগ্ৰেছ শিবিৰে। লক্ষ্মণে ৬ বছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ হেৰুৱালে।

বুধবাৰে কংগ্ৰেছে এক বিবৃতি প্ৰকাশ কৰি লক্ষ্মণ সিঙক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ছবছৰৰ বাবে নিলম্বন কৰা হৈছে। কংগ্ৰেছৰ অনুশাসন সমিতিৰ সদস্য তাৰিক আনোৱাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দল বিৰোধী কাম-কাজত জড়িত হোৱাৰ বাবে মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক লক্ষ্মণ সিঙক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে।

দলবিৰোধী কাৰ্যকলাপ কি কংগ্ৰেছে সেই কথা স্পষ্টকৈ কোৱা নাছিল। কিন্তু দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবেই এই শাস্তি লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। এমাহ পূৰ্বে তেওঁ কৈছিল, “ৰাহুল গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ ‘অবিকশিত মানসিকতা‘ৰ বোজা দলে বহন কৰিবলগীয়া হৈছে। আৰু কিমান দিন বহন কৰিব লাগিব নাজানো।” সেই মন্তব্যৰ বাবেও তেওঁক ধমক দিয়া হৈছিল। সেই অভিযোগৰ সঁহাৰিত সন্তুষ্ট হ’ব নোৱাৰি দলে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

লক্ষ্মণ সিং কেইবাবছৰ ধৰি কংগ্ৰেছৰ বিধায়ক আছিল। তেওঁ এবাৰ দিগ্বিজয় সিঙৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজিছিল। অৱশ্যে শেহতীয়াকৈ তেওঁ দলৰ মূলসুঁতিৰ পৰা বহু দূৰৈত আছে। সেইবাবেই চাগে দিগ্বিজয় সিঙৰ ভাতৃয়ে গান্ধী পৰিয়ালক লক্ষ্য কৰি লৈছিল।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd