• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাইনীৰ সন্দেহৰ বলি হ’ল দক্ষিণ দিনাজপুৰৰ এটা পৰিয়াল! বলপূৰ্বকভাৱে মল খুৱাবলৈ বাধ্য কৰে গাঁৱৰ ৰাইজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 8:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অজিও অন্ধ বিশ্বাসৰ কৱলৰ পৰা মুক্ত হোৱ নাই মনুহৰ মন। পুনৰ ডাইনীৰ বলি হ’ল পশ্চিম বংগৰ, দক্ষিণ দিনাজপুৰৰ এটা সমগ্ৰ পৰিয়াল। গাঁৱৰ ৰাইজে পৰিয়ালটোৰ তিনিজন সদস্যক বলপূৰ্বকভাৱে মল খুৱাবলৈ বাধ্য কৰাইছিল আৰু তাৰ পিছত মাৰপিট কৰিছিল। ইতিমধ্যে এই ঘটনাত জড়িত ৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জনিব পৰা গৈছে।

এই ঘটনা সংঘটিত হৈছে দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰৰ বসুৰীয়া গ্ৰাম পঞ্চায়তৰ ভদ্ৰ ৰায়পাৰা অঞ্চলত। শুকুৰবাৰে আটকাধীন লোককেইজনক আদালতত হাজিৰ কৰোৱা হয়। গংগাৰামপুৰৰ এছডিপিঅ’ দিপাঞ্জন ভট্টাচাৰ্যই কয়, ‘খবৰ পোৱাৰ লগে লগে আমি সেই স্থানলৈ গৈছিলো। তিনিজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমন তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি জানিবোলৈ দিছে।

Apply Now

সম্প্ৰতি গাঁৱৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে বুলি জানিব পৰা গৈছে। স্থানীয় সূত্ৰই দাবী কৰিছে যে যোৱা দুমাহত ভদ্ৰ ৰয়পাৰাত কেইবাজনো লোকৰ মৃত্যু হৈছে। ইয়াৰ ফলত গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে। গাঁৱৰ একংশ লোকে কোনোবাই ‘কু-কইদাৰে’ গাঁৱৰ মানুহক হত্যা কৰা বুলি সন্দেহ কৰিছে। এই সন্দৰ্ভত তেওঁলোকে এজন তান্ত্ৰিকৰ সৈতেও কথা পাতিছিল। ইয়াৰ পিছত তান্ত্ৰিকৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে নিশা শ্মশান ক্ষেত্ৰখনত পূজা কৰি পৰমেশ্বৰ ৰায় নামৰ এজন গাঁৱৰ লোকৰ ঘৰত অভিযান চলায়।

পৰমেশ্বৰৰ পত্নী পতন ৰায়ক ডাইনী বুলি অভিযোগ কৰি তাত মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে গাওঁবাসীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি গাঁওবাসীয়ে পৰিয়ালটোৰ তিনিজন সদস্যক মাৰপিট কৰে। তথ্য লাভ কৰাৰ লগে লগে গংগাৰামপুৰ থানাৰ আই চিকে ধৰি আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি গংগাৰামপুৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালত ভৰ্তি কৰে। বৰ্তমান গংগাৰামপুৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালত তিনি আহত চিকিৎসাধীন হৈ আছে।

Tags: HumanRightsAbuseSouthDinajpurSuperstitionViolenceWitchHunt
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd