• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 8:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী নাৰীৰ সৈতে সংঘটিত হ’ল কৰুণ কাহিনী। অৱশেষত ফাদিল হ’ল ১৪ জুনত ৰূপালী মুছাহাৰী হত্যাকাণ্ডৰ আঁৰৰ কাহিনী। খোদ স্বামীয়েই শ্ল’ পয়জন দি হত্যা কৰিছিল ৰূপালী মুছাহাৰীক। ফৰেনছিক ৰিপ’ৰ্টত পোহৰলৈ আহিছে ৰূপালীক শ্ল’ পয়জন দি হত্যা কৰাৰ চাঞ্চল্যকৰ তথ্য। হত্যাৰ ৯ দিন পাছত গ্ৰেপ্তাৰ হ’ল পত্নীক হত্যা কৰা স্বামী পংকজ নাৰ্জাৰী। গুৱাহাটীৰ বামুণপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমক সফল কৰিবলৈ গৈ পংকজে অতি নৃশংসভাৱে প্ৰাণ ল’লে স্বয়ং নিজ পত্নীৰ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অন্য মহিলাৰে আছিল পংকজৰ সম্পৰ্ক। আৰক্ষীৰ হাতত ধৰা নপৰিবলৈ পংকজ নাৰ্জাৰীয়ে ৰচিছিল পত্নী হত্যাৰ ভয়ংকৰ ষড়যন্ত্ৰ। শ্ল’ পয়জন দি গুৱাহাটীৰ ভাড়াঘৰত হত্যা কৰিছিল পত্নী ৰূপালী মুছাহাৰীক। যোৱা ১৪ জুনত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। কিন্তু কিমান দিনৰপৰা পত্নীক শ্ল’ পয়জন দিছিল লম্পট পত্নীহন্তা পংকজ নাৰ্জাৰীয়ে? আৰক্ষীৰ জেৰাত নিৰ্লজ্জ স্বীকাৰোক্তি ঘাতক পংকজৰ। যোৱা ৭ জুনত শ্ল’ পয়জনৰ প্ৰথমটো ড’জ দিছিল পত্নী ৰূপালীক। তাৰপাছত ক্ৰমে ৯ জুন, ১১ জুন আৰু শেষৰটো ড’জ দিছিল ১৪ জুনত।

Apply Now

এটা মাল্টি-ভিটামিনৰ বটলত এই বিহ মিহলাই পত্নীক খাবলৈ দিছিল চালাক পংকজে। প্ৰতিবাৰেই শ্ল’ পয়জনৰ ড’জ দিয়াৰ পাছত পত্নীক বামুণপাৰাৰ ভাড়াঘৰত থৈ লগে লগে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ গুচি গৈছিল পংকজ নাৰ্জাৰী। কিন্তু ১৪ জুনৰ সন্ধিয়া শ্ল’ পয়জনৰ ড’জ দিয়াৰ পাছতে মৃত্যু হৈছিল ৰূপালী মুছাহাৰীৰ। তেনে সময়তে পত্নীক বিচাৰি ফোন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু  পংকজে পত্নীৰ অসুখৰ বাবে শুই থকা বুলি কৈছিল পৰিয়ালক। তাৰ দুঘণ্টাৰ পাছত পুনৰ ৰূপালী মুছাহাৰীলৈ ফোন কৰে যদিও কোনো উত্তৰ নোপোৱাত পংকজলৈ ফোন কৰে। ফোনত ৰূপালীৰ মৃত্যু হোৱা বুলি কৈ GMCHলৈ নিয়া বুলি জনায়।

পৰিয়ালৰ লোকে লগে লগে GMCHলৈ যায় যদিও পংকজক তাত নাপাই ফোন কৰাত সৎকাৰৰ বাবে বাক্সাৰ বাগানপাৰাৰ ঘৰলৈ নি থকা বুলি জনায়। ৰূপালী মুছাহাৰীৰ পৰিয়ালৰ সন্দেহ ওপজাত বাক্সাৰ ঘৰলৈ যায় পৰিয়ালৰ লোক। বাগানপাৰাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পাছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ সৎকাৰৰ বাবে খৰখেদা কৰাত সন্দেহ ওপজে পৰিয়ালৰ। লগে লগে আৰক্ষীক খবৰ দিয়াত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰূপালীৰ মৃতদেহ প্ৰেৰণ কৰে হাস্পতাললৈ। ইপিনে পূৰ্বৰে পৰা পত্নী ৰূপালী মুছাহাৰীক শ্ল’ পয়জন দি হত্যা কৰাৰ ভাবুকি দি আহিছিল স্বামী পংকজ নাৰ্জাৰীয়ে। ইপিনে মঙলবাৰে  পংকজ নাৰ্জাৰীক লগত লৈ বামুণপাৰাৰ ভাড়াঘৰত অভিযান চলায় গড়চুক আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ দলে। অভিযানকালত শ্ল’ পয়জনৰ কেইবাটাও বটল উদ্ধাৰ কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd