• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰাতি শুই থাকোতে গৰম অনুভৱ হয় আৰু কাপোৰ ঘামত তিতি যায়! কিয় এনে হয়, কিহৰ লক্ষণ…?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2025 7:47 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতি বহুতৰে ঘাম ওলায়। যদি আপুনি মাজনিশা সাৰ পাই দেখে যে আপোনাৰ কাপোৰ ঘামত তিতিছে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। গৰমৰ দিনত ঘাম ওলোৱা এটা সাধাৰণ ঘটনা, কিন্তু ৰাতি তাপমাত্ৰা কমিলেও যদি বহুত ঘাম ওলায়, তেন্তে ইয়াৰ লক্ষণ একেবাৰে ভাল নহয়। অৱশ্যে আতংকিত হোৱাৰ প্ৰয়োজন নাই। কাৰণ ৰাতি ঘামচ ওলোৱাৰ অৰ্থ এইটো নহয় যে ই হৃদৰোগৰ লক্ষণ। শৰীৰৰ উষ্ণতা হঠাতে বৃদ্ধি পোৱাৰ কিছু কাৰণ আছে। যদি কোনো শাৰীৰিক সমস্যা বা ৰোগ থাকে, তেন্তে অত্যধিক ভাগৰুৱা, দুৰ্বলতা, শাৰীৰিক অস্বস্তি আৰু ৰাতি ঘাম ওলোৱাৰ দৰে ইয়াৰ লক্ষণসমূহ হ’ব পাৰে।

কেতিয়া সাৱধান হ’ব লাগে?

Apply Now

যদি আপুনি ৰাতি শোৱাৰ পূৰ্বে  চাহ বা কফি খায় বা মদ খায়, তেন্তে শুই থাকোতে ঘাম ওলাব পাৰে। কেফেইনে হৰম’নৰ নিঃসৰণত ব্যাঘাত জন্মায়, ফলত শৰীৰত প্ৰদাহ হঠাতে বাঢ়িব পাৰে। যদি দিনৰ পিছত দিন এনেকুৱা হয় তেন্তে ই যকৃতৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

ৰাতি শুই থকাৰ সময়ত উদ্বিগ্নতা আৰু অস্থিৰতাইও শৰীৰৰ গ্ৰন্থি সক্ৰিয় কৰে। অত্যধিক উদ্বিগ্নতাৰ বাবেও এনে হ’ব পাৰে। ক্লান্তি আৰম্ভ হ’লে শৰীৰৰ উষ্ণতাও সলনি হ’ব পাৰে। গতিকে মানসিক চাপ যাতে বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

হৰম’নৰ বিকাৰ

যদি তেজত থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ কৰা হৰম’নৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে ইয়াক ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয়। এনে পৰিস্থিতিত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। এনে হ’লে ৰাতি শুই থকাৰ সময়তো ঘাম ওলাব পাৰে। এনে পৰিস্থিতিত থাইৰয়ড আছে নে নাই পৰীক্ষা কৰি চাব লাগে।

ঔষধৰ পাৰ্শ্বক্ৰিয়া

কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও এনে হ’ব পাৰে। ষ্টেৰইড, এন্টিডিপ্ৰেছন, বিষনাশক বা হৰম’ন থেৰাপী লোৱাৰ পাৰ্শ্বক্ৰিয়া হিচাপেও এনে হ’ব পাৰে।

কেন্সাৰৰ লক্ষণ?

যেতিয়া আপুনি তেজৰ কৰ্কট ৰোগ বা লিউকেমিয়াত আক্ৰান্ত হয় তেতিয়া তেজত থকা শ্বেত ৰক্তকণিকাবোৰ অনিয়ন্ত্ৰিতভাৱে গঠন হৈ বিয়পিবলৈ আৰম্ভ কৰে। সেই সময়ত শৰীৰৰ ভিতৰত অত্যধিক ৰক্তক্ষৰণ আৰম্ভ হয়। লিম্ফ ন’ডবোৰ অস্বাভাৱিকভাৱে ফুলি উঠে। যকৃত আৰু প্লীহাৰ আকাৰ বাঢ়ি যায়। ফলত শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে। ৰক্তহীনতা হ’ব পাৰে, আৰু ৰাতি ঘাম ওলাব পাৰে। গতিকে যদি এনে লক্ষণ দিনৰ পিছত দিন দেখা দি থাকে তেন্তে পলম নকৰাকৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে।

Tags: HormonalImbalanceNightSweatsThyroidHealth
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd