• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 8:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ গৃহযুদ্ধক কেন্দ্ৰ কৰি বিবিচি ৱৰ্ল্ডৰ তথ্যচিত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰা সাংবাদিক দলটোৰ সৈতে সংযুক্ত হৈ মিজোৰামৰ দুজন সাংবাদিক এইচ চি ভানলালৰুয়াটা আৰু আইজাক জোৰামছাংগাই এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এমি বঁটা লাভ কৰা দলটোত অংশগ্ৰহণ কৰা তেওঁলোকে প্ৰথম সাংবাদিক হিচাপে স্বীকৃতি লাভ কৰিছে।

তেওঁলোকৰ তথ্যচিত্ৰ “Myanmar’s Civil War” — Outstanding Continuing News Coverage (Short Form) শ্ৰেণীত এমি বঁটা লাভ কৰিছে। মুখ্যমন্ত্ৰী লালডুহোমাই এই জয়ক “ঐতিহাসিক মুহূর্ত” বুলি অভিহিত কৰি তেওঁলোকৰ সাহস, নিষ্ঠা আৰু প্ৰতিবেদনৰ বাবে ভূয়সী প্ৰশংসা কৰে।

Apply Now

২০২৪ চনত ভানলালৰুৱাটা আৰু জোৰামছাংগা পাঁচজনীয়া বিবিচি দলৰ সৈতে ম্যানমাৰৰ চিন ষ্টেটলৈ ভ্ৰমণ কৰিছিল। চিন নেচনেল আর্মিৰ (CNA) মুখ্য ঘাঁটি কেম্প ভিক্টোৰিয়াত প্ৰতিবাদী সংগঠনৰ সাক্ষাৎকাৰ লোৱাৰ লগতে, দলটোৱে বোমা বিস্ফোৰণত ক্ষতিগ্রস্ত এখন গাঁওলৈও গৈ তথ্য সংগ্ৰহ কৰিছিল। তেওঁলোকে সংগ্ৰহ কৰা ফুটেজৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনত ম্যানমাৰৰ সামৰিক জন্টাৰ হিংসাত্মক কৌশল অপহৰণ, হত্যাকাণ্ড, আৰু নৃশংসতা আৰু সেই সকলোবোৰৰ বিপৰীতে বিদ্ৰোহী গোটসমূহৰ উত্তৰাধুনিক প্ৰতিৰোধ প্ৰদর্শন কৰা হৈছে।

এই তথ্যচিত্ৰই জন্টাৰ সামৰিক বলৰ বিৰুদ্ধে কিদৰে ইএঅ’ (উপজাতিক সশস্ত্ৰ সংগঠন) আৰু গণতান্ত্ৰিক দলসমূহে বিভিন্ন অঞ্চলত প্ৰতিরোধ গঢ়ি তুলিছে সেয়াও দেখুৱাইছে।

উল্লেখ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাছত গৃহযুদ্ধ আৰম্ভ হয়। সামৰিক বাহিনীয়ে গণতন্ত্ৰিকভাৱে নিৰ্বাচিত আউং ছান ছু কি চৰকাৰ উৎখাত কৰে আৰু গোটেই দেশত ব্যাপক বিক্ষোভৰ সূচনা হয়। ইয়ে আৰাকান সেনাৰ দৰে জাতিগত গোটৰ সশস্ত্ৰ প্ৰতিবাদৰ জন্ম দিয়ে।

মিজোৰাম আৰু ম্যানমাৰৰ মাজত ৫০০ কিলোমিটাৰ সীমান্ত আছে। মিজোৰামবাসীয়ে সীমান্তৰ ওপাৰৰ মিজো জনগোষ্ঠীৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক আৰু জাতিগত সম্পৰ্ক বজাই ৰাখে। ২০২৪ৰ মার্চ মাহত মিজোৰামৰ ৰাজধানী আইজলত ম্যানমাৰৰ বহু বিদ্ৰোহী সংগঠনক একত্ৰিত কৰি এক চুক্তিত স্বাক্ষৰ কৰা হৈছিল, য’ত মুখ্যমন্ত্ৰী লালডুহোমাও উপস্থিত আছিল।

Tags: BBCNewsDocumentaryEmmyAwardsHumanRightsJournalismMizoramMyanmarCivilWarNortheastIndia
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd