• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 6:35 pm
81
VIEWS
Share on FacebookShare on Twitter

২৪ জুন কৃষিপাবোকাখাতৰ সাপজুৰি পাণবাৰী মস্থিত CRPF কেম্পত সংঘটিত গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ সৈতে জড়িত অপৰাধীক কৰায়ত্ব কৰে অসম আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত ঘটনাৰ সৈতে জড়িত দুজন মূল লিংকমেন ক্ৰমে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা আৰক্ষীৰ গুলীত আহত হৈছে। আৰু ঘটনাৰ লগত জড়িত ছজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

তদন্তত প্ৰকাশিত তথ্য অনুসৰি, অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেণেড যোগান ধৰিছিল ভৱেশ আৰু সঞ্জীৱে। লগতে দুয়ো পাণবাৰীৰ কাষৰীয়া এলেকাত দুটাকৈ পিষ্টল লুকুৱাই থৈছিল। ২৬ জুন নিশা তেজপুৰ আৰু লখিমপুৰৰ পৰা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত দুয়ো জনে পিষ্টল লুকুৱাই থোৱাৰ কথা স্বীকাৰ কৰে। এই তথ্যৰ ভিত্তিত ৩০ জুন নিশা তেওঁলোকক লৈ অস্ত্ৰ উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে ভৱেশ আৰু সঞ্জীৱে লুকুৱাই থোৱা পিষ্টলৰ সহায়ত আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে  গুলীচালনা কৰে, যাৰ ফলত ভৱেশৰ বাওঁ ভৰিত আৰু সঞ্জীৱৰ সোঁ ভৰিত গুলী লাগে।

সম্প্ৰতি দুয়োকে বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্থানান্তৰ কৰা হৈছে। আৰক্ষীয়ে অভিযানৰ সময়ত দুটা পিষ্টলো উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰ্তমানলৈকে মুঠ ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আাৰু তদন্ত অব্যাহত আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd