• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 30, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছে আজি এটা অনলাইন জনহিতকৰ পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে৷ জনসাধাৰণৰ অভিযোগ, সমস্যাসমূহৰ ন্যায়সংগত নিষ্পত্তি আৰু সামাজিক ন্যায়ৰ উদ্দেশ্যে ‘ASSAM JUSTICE’ নামৰ পৰ্টেলটো মুকলি কৰা হয়৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, দিগন্ত বৰ্মন, ৱাজেদ আলী চৌধুৰী, আফতাবুদ্দিন মোল্লা, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ লগতে কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিতিত পৰ্টেলটো মুকলি কৰা হয়৷

www.assamjustice.com শীৰ্ষক পৰ্টেলটো মুকলি কৰাৰ উদ্দেশ্যে ব্যক্ত কৰি কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে জনসংযোগক অধিক দৃঢ় কৰাৰ লগতে ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে এই পর্টেলৰ জৰিয়তে এক নতুন পদক্ষেপ হাতত লৈছে৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শক আগবঢ়াই নিয়াৰ স্বাৰ্থত জননায়ক ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ অসমবাসীয়ে যাতে তেওঁলোকৰ নিজৰ সমস্যাসমূহ সহজে দাখিল কৰি তাৰ ওপৰত যথাযথ সমাধান লাভ কৰিব পাৰে সেই লক্ষ্যৰে এই পৰ্টেলটো মুকলি কৰা হৈছে।

Apply Now

অসমত ৰাইজৰ অধিকাৰ, চৰকাৰৰ জবাবদিহিতা আৰু স্বচ্ছতাৰ এখন নতুন মঞ্চ www.assamjustice.com৷ আপোনাৰ কণ্ঠ, আপোনাৰ অধিকাৰ! পর্টেলটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অসম বিধানসভাৰ দলপতি দেৱব্ৰত শইকীয়াই আৰু কয় যে পর্টেলটোৱে জনসাধাৰণ আৰু বিৰোধীৰ মাজত এক ডিজিটেল সেতু হিচাপে কাম কৰিব। ৰাজ্যজুৰি নাগৰিকসকলে স্থানীয় শাসন, লোকস্বাস্থ্য, শিক্ষা, ৰাস্তা আৰু পৰিকাঠামো আদিৰ সৈতে সম্পৰ্কিত সমস্যাসমূহ উত্থাপন কৰাৰ সুবিধা পাব। পর্টেলৰ জৰিয়তে জনতাৰ কণ্ঠস্বৰক একত্ৰিত কৰি সমস্যাবোৰক চৰকাৰৰ সন্মুখলৈ নিয়াৰ চেষ্টা কৰা হ’ব বুলিও কয় দেৱব্ৰত শইকীয়াই।

সাংবাদিকক সম্বোধন কৰি শইকীয়াই আৰু কয় যে অসমবাসীয়ে পর্টেলত যিকোনো অভিযোগ বা সমস্যাৰ কথা দাখিল কৰিব পাৰিব৷ কংগ্ৰেছে অভিযোগসমূহ চাই প্ৰাসংগিক বিভাগলৈ দ্ৰুত সমাধানৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমাধান কৰিবলৈকো হেঁচা দিব। পর্টেলটোৰ জৰিয়তে বিশেষকৈ পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনৰ এলেকাসমূহৰ অনিয়ম আৰু অব্যৱস্থাৰ খবৰ জনসাধাৰণে দাখিল কৰিব পাৰিব। স্বাস্থ্য সেৱা, শিক্ষা, ৰাস্তা-ঘাট, পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা অন্যান্য সেৱাৰ চৰকাৰী ব্যৰ্থতা পর্টেলযোগে সমাধান কৰিবলৈ হেঁচা প্ৰদান কৰা হ’ব৷ ডিজিটেল প্লেটফৰ্মত অভিযোগ সমাধানৰ মাধ্যম নহয় বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এয়া হৈছে ৰাজহুৱা সেৱাৰ বাস্তৱতাক একত্ৰিত কৰি চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd