• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 6:30 am
93
VIEWS
Share on FacebookShare on Twitter

সুস্থ জীৱনৰ বাবে টোপনিৰ গুৰুত্ব অপৰিসীম, কিন্তু সাম্প্ৰতিক সময়ৰ জীৱনশৈলীত টোপনিৰ অভাৱে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। গৱেষণাৰ মতে, ভাল টোপনিৰ অভাৱে মানসিক স্বাস্থ্যৰ অৱনতি ঘটায়, যাৰ ফলত হতাশা, উদ্বেগ, স্মৃতিশক্তিৰ দুৰ্বলতা আৰু মেজাজৰ অস্থিৰতাৰ দৰে সমস্যাৰ সৃষ্টি হয়। চিকিৎসকৰ মতে অপৰ্যাপ্ত টোপনিয়ে মগজুক জিৰণি আৰু তথ্য প্ৰক্ৰিয়াকৰণৰ সুযোগ নিদিয়ে, যাৰ ফলত মানসিক ভাৰসাম্য বিঘ্নিত হয়।

টোপনিৰ অভাৱৰ ফলত শৰীৰত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ মাত্ৰা বৃদ্ধি পায়, যাৰ বাবে মনত অস্থিৰতা, ভয় আৰু উদ্বেগৰ সৃষ্টি হয়। কেতিয়াবা ই পেনিক এটেকৰ দৰে গুৰুতৰ অৱস্থাৰো সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন ধৰি টোপনিৰ সমস্যা থাকিলে মেজাজৰ পৰিৱৰ্তন, খিংখিঙীয়া, মনোযোগৰ অভাৱ আৰু সিদ্ধান্ত গ্ৰহণৰ অসুবিধাৰ দৰে সমস্যা বৃদ্ধি পায়। বিশেষজ্ঞৰ মতে টোপনিৰ অভাৱে হতাশাৰ আশংকা বৃদ্ধি কৰে আৰু স্মৃতিশক্তি দুৰ্বল কৰি মানুহক মানসিকভাৱে বিচলিত কৰে। গভীৰ নিশালৈ মোবাইল ব্যৱহাৰ, অত্যধিক কামৰ চাপ বা চিন্তা আদিৰ কাৰণে টোপনিৰ মানদণ্ড নষ্ট হৈছে, যিয়ে এই সমস্যাসমূহক আৰু জটিল কৰি তুলিছে।

মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ভাল টোপনিৰ অভ্যাস গঢ়ি তোলাটো অতি জৰুৰী। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি, প্ৰতিদিন একে সময়ত শুই উঠাৰ অভ্যাস গঢ়িব লাগে। শুই উঠাৰ আগতে মোবাইল বা টিভিৰ ব্যৱহাৰ কমাই দিয়ক, গধুৰ খাদ্য বা কেফেইন গ্ৰহণৰ পৰা বিৰত থকা উচিত। কোঠাটো শান্ত, শীতল আৰু আন্ধাৰ কৰি ৰখিব লাগে। ইয়াৰ উপৰিও শুই উঠাৰ আগতে কোমল সংগীত শুনা, কিতাপ পঢ়া বা ধ্যান কৰাটোৱে টোপনিৰ মান উন্নত কৰাত সহায় কৰে। নিয়মিত ভাল টোপনিয়ে কেৱল মানসিক স্বাস্থ্যৰ উন্নতিয়েই নহয়, হতাশা আৰু উদ্বেগৰ দৰে সমস্যাৰ প্ৰতিৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd