• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 5:25 pm
59
VIEWS
Share on FacebookShare on Twitter

আজি অসম কেবিনেট অনুষ্ঠিত হয়। কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি পট্টা। লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতক চৰকাৰে প্ৰদান কৰিব ভূমি। ১১টা পৰিয়ালক ভূমি প্ৰদান কৰাৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। ১১টা পৰিয়ালে ১ কঠা ৫ লেচাকৈ লাভ কৰিব ভূমি।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে ৪ হাজাৰৰো অধিক লোকক পট্টা দিয়া হ’ব। ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি পট্টা।

Recent News

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ

লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ

ভাৰত এৰি যাব পৰা নাই ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া! উচ্চতম ন্যায়ালয়ক সদৰী কৰিলে কেন্দ্ৰই    

ভাৰত এৰি যাব পৰা নাই ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া! উচ্চতম ন্যায়ালয়ক সদৰী কৰিলে কেন্দ্ৰই    

ভাৰতীয় নাৰীৰ সাফল্য : শাৰী পিন্ধিয়েই আৰোহণ কৰিলে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো

ভাৰতীয় নাৰীৰ সাফল্য : শাৰী পিন্ধিয়েই আৰোহণ কৰিলে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd