• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 7:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী জাহাজত সাগৰৰ মাজতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কমেও ৫ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে চুলাৱেছি দ্বীপৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

এক বিবৃতিত উপকূলৰক্ষী বাহিনীয়ে কয় যে সৰু জাহাজখন উত্তৰ চুলাৱেছি প্ৰদেশৰ ৰাজধানী মানাডো অভিমুখে গৈ আছে। কে এম বাৰ্চিলোনা ৫ নামৰ জাহাজখনত হঠাতে সাগৰৰ মাজত জুই লগাত কেইবাজনো যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে সাগৰত জপিয়াই পৰে।

Apply Now

ইণ্ডোনেছিয়াৰ সামুদ্ৰিক সুৰক্ষা সংস্থা ‘বাকামালা’ই জানিবলৈ দিয়া মতে জাহাজখনত ৩০০জন যাত্ৰী আছিল। “এতিয়ালৈকে এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ২৮৪ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে।”

স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১:৩০ বজাত জাহাজখনত অগ্নিকাণ্ড সংঘটিত হয়। ওপৰৰ ডেকবোৰ দাউ দাউকৈ জ্বলিবলৈ ধৰে। ক’লা ধোঁৱাই আকাশ ছানি ধৰিছিল। ছ’চিয়েল মিডিয়াত বিয়পি পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে আতংকিত যাত্ৰীসকলে লাইফ জেকেট পিন্ধি সাগৰত জপিয়াই পৰিছে।

আব্দুল ৰহমাদ আগু নামৰ এজন যাত্ৰীয়ে ফেচবুক যোগে দুৰ্ঘটনাস্থলীৰ লাইভ ষ্ট্ৰীম কৰে। তেওঁ নিজেই লাইফ জেকেট পিন্ধি সাগৰত ওপঙি আছিল। কোলাত এটি শিশু লৈ ওপঙি থকা দেখা গৈছে আগুক।

উদ্ধাৰ কৰা যাত্ৰীসকলৰ এজন আৰক্ষীৰ পত্নীয়ে স্থানীয় ইণ্ডোনেছিয়াৰ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক প্ৰায় এঘণ্টা ধৰি পানীত ওপঙি আছিল। ইয়াৰ পিছতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ নৌসেনা আহি উপস্থিত হয়।

#BREAKING
Passengers jump overboard as massive fire engulfs ferry in Indonesia

Terrifying scenes from Indonesia after a fire broke out on the KM Barcelona VA passenger ship near Talise Island, North Sulawesi

Over 280 people onboard, panic-stricken passengers some with children… pic.twitter.com/wwKOHlAz6z

— Nabila Jamal (@nabilajamal_) July 20, 2025

উদ্ধাৰ অভিযান সন্দৰ্ভত অভিযোগ উত্থাপন হ’লেও এখন এখনকৈ তিনিখন জাহাজ ঘটনাস্থলীত উপস্থিত হৈ যাত্ৰীসকলক নিৰাপদে গন্তব্যস্থানলৈ লৈ যায়। ইপিনে, দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে জাহাজখনত কি কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছিল তাক লৈ এতিয়াও বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd