• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2025 8:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ ঘোষণা কৰা পিছতে আন্তৰ্জাতিক মঞ্চত তীব্ৰ সমলোচনাৰ সন্মুখীন হৈছে। ২০২৫ চনৰ ২৫ জুলাইত তেওঁ ঘোষণা কৰে যে আগন্তুক ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ফ্ৰান্সে পেলেষ্টাইনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিব। মধ্যপ্ৰাচ্যত এক স্থায়ী আৰু ন্যায়সঙ্গত শান্তিৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰা উদ্দেশ্যে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে।

মেক্ৰ’নে গাজাত চলি থকা যুদ্ধৰ তীব্ৰতা হ্ৰাস কৰাৰ বাবে এক মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনাইছে, যাতে জনসাধাৰণৰ বাবে জৰুৰী সহায়ৰ ব্যৱস্থা কৰিব পৰা যায়। তেওঁৰ মতে, গাজাৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা যেনে খাদ্য, পানী, স্বাস্থ্যসেৱা নিশ্চিত কৰাটো এতিয়া অতি জৰুৰী। ইতিমধ্যে ফ্ৰান্সে ২০২৩ চনত পেলেষ্টাইনৰ জনসাধাৰণৰ বাবে ১০০ মিলিয়ন ইউৰো মানৱীয় সহায়ৰ প্ৰতিশ্ৰুতি দিছিল, যিটো ৰাষ্ট্ৰসংঘৰ মাধ্যমেৰে প্ৰদান কৰা হৈছিল।

Apply Now

কিন্তু এই সিদ্ধান্তই ক্ষুব্ধ কৰি তুলিছে ইজৰাইলক। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মেক্ৰ’নৰ এই ঘোষণাক “সন্ত্ৰাসবাদক পুৰস্কৃত কৰা” আৰু “ইৰানৰ প্ৰক্সি ৰাষ্ট্ৰ সৃষ্টিৰ কৌশল” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত এনে সিদ্ধান্ত গ্ৰহণ কৰাটো গ্ৰহণযোগ্য হোৱা নাই। ইজৰাইলৰ বৈদেশিক মন্ত্ৰীয়ে এই পদক্ষেপক “লজ্জাজনক” বুলি মন্তব্য কৰি শান্তি প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিব পাৰে বুলি মতপ্ৰকাশ কৰিছে।

অন্যহাতে, ফ্ৰান্সৰ এই পদক্ষেপে পশ্চিম ইউৰোপৰ দেশসমূহৰ মাজতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিছুমানে ইয়াক পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতিৰ প্ৰকাশ বুলি গণ্য কৰিছে, আন কিছুমানে আশংকা কৰিছে যে এই সিদ্ধান্তই আঞ্চলিক সংঘাতক আৰু জটিল কৰি তুলিব পাৰে। উল্লেখ্য যে, ফ্ৰান্সত মুছলমান জনসংখ্যাৰ শতকৰা হাৰ ইউৰোপৰ অন্যান্য দেশৰ তুলনাত তুলনামূলকভাৱে বেছি, যিয়ে এই সিদ্ধান্তৰ ৰাজনৈতিক প্ৰভাৱকো উজ্বল কৰিছে।

মেক্ৰ’নে জোৰ দি কৈছে যে তেওঁৰ এই সিদ্ধান্তৰ মূল লক্ষ্য হৈছে দুই-ৰাষ্ট্ৰৰ মাজমত দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠা কৰা। তেওঁ হামাছকো অৱশিষ্ট জিম্মিৰ মুক্তিৰ বাবে তৎক্ষণাৎ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে। তদুপৰি, তেওঁ গাজাত মানৱীয় সহায়ৰ প্ৰৱেশত দিয়া বাধা প্ৰত্যহাৰৰ বাবে আহ্বান জনাইছে ইজৰাইলক। কিয়নো আন্তৰ্জাতিক আইনৰ অধীনত ইজৰাইলৰ এই দায়িত্ব পালনৰ বাবে বাধ্য।

উল্লেখ্য যে ১৯৯৪ৰ পৰা ২০২০ চনৰ ভিতৰত ফ্ৰান্সে পেলেষ্টাইনৰ বাবে প্ৰায় ২.৭% মুঠ সাহায্য প্ৰদান কৰিছে, যিটো মুঠ ৪০ বিলিয়ন ডলাৰৰ ভিতৰত এক গুৰুত্বপূৰ্ণ অংশ। এই সিদ্ধান্তই পেলেষ্টাইনৰ বাবে ফ্ৰান্সৰ সমৰ্থনক আৰু শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, যদিও ই আঞ্চলিক আৰু আন্তৰ্জাতিক স্তৰত নতুন ৰাজনৈতিক জটিলতাৰ সৃষ্টি কৰিব পাৰে বুলি আন্তৰ্জাতিক মঞ্চই শংকা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd