• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 7:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ শিক্ষানুষ্ঠান সমূহত শিক্ষাৰ্থীৰ ক্ৰমবৰ্ধমান আত্মহননৰ ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে। আত্মহত্যাৰ দৰে ঘটনা আৰু মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শুকুৰবাৰে ১৫টা অন্তৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষক প্ৰতিষ্ঠানৰ বাবে আত্মহত্যা প্ৰতিৰোধৰ কাঠামোত থকা বিধান আৰু নিয়ন্ত্ৰণমূলক ব্যস্থাৰ অনুপস্থিতিৰ ওপৰত আলোকপাত কৰে।

উল্লেখ্য যে প্ৰশিক্ষিত পৰামৰ্শদাতা নিযুক্তি আৰু একেধৰণৰ মানসিক স্বাস্থ্য নীতি গ্ৰহণ কৰা এই নিৰ্দেশনাসমূহ আনুষ্ঠানিক আইন বা কাঠামো স্থাপন নোহোৱালৈকে বাধ্যতামূলক হৈ থাকিব বুলি উল্লেখ কৰে। অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে আবেদনৰ পিছতে বিশাখাপট্টনমত ১৭ বছৰীয়া NEET আকাংক্ষী শিক্ষৰ্থীৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক নিৰ্দেশ প্ৰদান কৰিছে।

এই নিৰ্দেশনাৰ জড়িয়তে সকলো শিক্ষানুষ্ঠানকে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ইউএমএমইইডিৰ খচৰা নিৰ্দেশনা, মনোদৰ্পণৰ পদক্ষেপ আৰু ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কৌশলৰ ভিত্তিত এক একেধৰণৰ মানসিক স্বাস্থ্য নীতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশ অনুসৰি প্ৰতিষ্ঠানসমূহে এই নীতি বছৰি পৰ্যালোচনা কৰিব লাগিব আৰু ইয়াক ৱেবছাইট আৰু জাননী ফলকত ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব লাগিব। ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা প্ৰতিষ্ঠানসমূহে শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ প্ৰশিক্ষণপ্ৰাপ্ত যোগ্য পৰামৰ্শদাতা বা মনোবিজ্ঞানী নিযুক্তি দিব লাগিব, আনহাতে সৰু প্ৰতিষ্ঠানসমূহে বাহ্যিক পেছাদাৰী লোকলৈ ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগিব। ৰাজহুৱাভাৱে লজ্জিত কৰা, অবাস্তৱ শৈক্ষিক লক্ষ্য নিৰ্ধাৰণ বা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি গোট খোৱা আদি ক্ষতিকাৰক প্ৰথাৰ পৰা আঁতৰি থাকিবলৈও আদালতে নিৰ্দেশ দিয়ে, যিয়ে মানসিক স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

অতিৰিক্ত ব্যৱস্থাসমূহৰ ভিতৰত আছে শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীৰ বাবে বছৰত দুবাৰকৈ বাধ্যতামূলক মানসিক স্বাস্থ্য প্ৰশিক্ষণ আৰু আৱাসিক প্ৰতিষ্ঠানত সুৰক্ষাৰ সাৱধানতা, যেনে টেম্পাৰ-প্ৰুফ চিলিং ফেন আৰু ছাদৰ ওপৰৰ দৰে উচ্চ বিপদজনক অঞ্চলত নিষিদ্ধ প্ৰৱেশ। কোটা, দিল্লী, হায়দৰাবাদৰ দৰে চহৰৰ কোচিং চেণ্টাৰসমূহে মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বৰ্ধিত ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব।

এই নিৰ্দেশনাসমূহ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে প্ৰযোজ্য হ’ব বুলি সদৰী কৰিছে ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd