• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2025 6:30 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইচ আই ভি (Human Immunodeficiency Virus) হৈছে এনে এক ভাইৰাছ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ক্ৰমান্বয়ে ধ্বংস কৰে, যাৰ ফলত সাধাৰণ ৰোগবোৰো মাৰাত্মক হৈ পৰিব পাৰে। এই ভাইৰাছ মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত ব্যক্তিৰ ব্যৱহৃত নিডলৰ পুনৰ ব্যৱহাৰ, সংক্ৰমিত তেজ সঞ্চালন, আৰু জন্ম বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ বিয়পে। যিসকলৰ অসুৰক্ষিত যৌন সম্পৰ্ক আছে, একেটা বেজী বাৰে বাৰে ব্যৱহাৰ কৰে, বা এইচ আই ভি পজিটিভ মাতৃৰ সন্তান, তেওঁলোকৰ এই ৰোগৰ আশংকা বেছি। সময়মতে চিনাক্তকৰণ আৰু চিকিৎসাৰ জৰিয়তে এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

এইচ আই ভি সংক্ৰমণৰ তিনিটা মূল পৰ্যায় আছে:

Apply Now
  • তীব্ৰ এইচ আই ভি সংক্ৰমণ (Acute HIV Infection): সংক্ৰমণৰ প্ৰথম কেইসপ্তাহত ভাইৰাছ শৰীৰত দ্ৰুতগতিত বিয়পে। এই সময়ত বহুতৰে লক্ষণ দেখা দিয়ে।
  • ক্লিনিকেল লেটেন্সি (Clinical Latency): ভাইৰাছ শৰীৰত সক্ৰিয় হৈ থাকে যদিও লক্ষণ কম দেখা যায়। এই পৰ্যায় বছৰৰ পিছত বছৰ ধৰি চলিব পাৰে।
  •  এইডছ (AIDS): এই পৰ্যায়ত ৰোগ প্ৰতিৰোধ ক্ষমতা অতিশয় দুৰ্বল হৈ পৰে, যাৰ ফলত সাধাৰণ সংক্ৰমণো মাৰাত্মক হৈ পৰে।

এইচ আই ভিৰ প্ৰাৰম্ভিক লক্ষণ:

বিশেষজ্ঞৰ মতে, এইচ আই ভিৰ প্ৰাৰম্ভিক লক্ষণ প্ৰায়ে সাধাৰণ ভাইৰাছৰ সংক্ৰমণৰ দৰে দেখা যায়, যাৰ বাবে বহুতেই ইয়াক আওকাণ কৰে। সংক্ৰমণৰ ২ৰ পৰা ৪ সপ্তাহৰ ভিতৰত নিম্নলিখিত লক্ষণসমূহ দেখা দিব পাৰে:

  • জ্বৰ
  • মূৰৰ বিষ
  • ডিঙিৰ বিষ
  • পেশীৰ বিষ
  • ভাগৰুৱা অনুভৱ
  • শৰীৰত ৰঙা ফোঁহা
  • লিম্ফ ন’ড ফুলা
  • ৰাতি ঘাম ওলোৱা
  • দ্ৰুত ওজন হ্ৰাস
  • সঘনাই ডায়েৰিয়া
  • স্থায়ী দুৰ্বলতা

এই লক্ষণসমূহ কেইসপ্তাহমানৰ পিছত নিজে নিজে কমি যাব পাৰে, কিন্তু ইয়াৰ অৰ্থ এই নহয় যে ভাইৰাছ নাইকিয়া হৈছে। ভাইৰাছ শৰীৰত লুকাই থাকে আৰু লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। গতিকে এনে লক্ষণ দেখা দিলে তৎক্ষণাত এইচ আই ভি পৰীক্ষা কৰাওক।

এইচ আই ভিৰ পৰীক্ষা আৰু চিকিৎসা:

যদি আপুনি উচ্চ ঝুঁকিৰ গোটৰ অন্তৰ্গত (যেনে- অসুৰক্ষিত যৌন সম্পৰ্ক, নিডল শ্বেয়াৰ কৰা), তেন্তে নিয়মীয়াকৈ এইচ আই ভি পৰীক্ষা কৰাটো অতি জৰুৰী। আগতীয়া চিনাক্তকৰণৰ জৰিয়তে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) আৰম্ভ কৰিলে ভাইৰাছৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিব পৰা যায় আৰু স্বাভাৱিক জীৱন যাপন কৰিব পৰা যায়।

এইচ আই ভিৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিম্নলিখিত পদক্ষেপ গ্ৰহণ কৰক:

নিৰাপদ যৌন সম্পৰ্ক ৰাখক: কণ্ডমৰ ব্যৱহাৰ কৰক।

নিডল শ্বেয়াৰিং পৰিহাৰ কৰক: বেজী, ব্লেড বা ৰেজৰ আনৰ সৈতে ভাগ-বতৰা নকৰিব।

গৰ্ভৱতী মহিলাৰ বাবে: এইচ আই ভি পজিটিভ মাতৃয়ে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা লৈ শিশুৰ সংক্ৰমণৰ আশংকা কমাব পাৰে।

নিৰাপদ তেজ গ্ৰহণ: কেৱল পৰীক্ষিত আৰু নিৰাপদ তেজ গ্ৰহণ কৰক।

নিচাসক্তিৰ পৰা আঁতৰি থাকক: বেজীৰে নিষিদ্ধ ড্ৰাগছ গ্ৰহণৰ পৰা বিৰত থাকক।

নিয়মীয়া পৰীক্ষা: সময়ে সময়ে এইচ আই ভি পৰীক্ষা কৰি থাকক।

এইচ আই ভিৰ প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ নকৰিব। জ্বৰ, মূৰৰ বিষ, ভাগৰুৱা অনুভৱ বা অস্বাভাৱিক শাৰীৰিক পৰিৱৰ্তন দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰাওক। সঠিক সময়ত চিনাক্তকৰণ আৰু চিকিৎসাৰ দ্বাৰা এইচ আই ভি নিয়ন্ত্ৰণ কৰি সুস্থ জীৱন যাপন কৰিব পৰা যায়। নিৰাপদ জীৱনশৈলী আৰু সচেতনতাৰ জৰিয়তে এই সংক্ৰমণৰ পৰা নিজৰ লগতে আনক সুৰক্ষিত ৰাখিবো পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd