• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 28, 2025 12:58 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালী হৈ আছে উচ্চ শিক্ষাৰ সংৰক্ষিত শিতানত আবণ্টিত অধ্যাপক পদ। সংসদত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰই। সংৰক্ষিত শিতানৰ তুলনাত সাধাৰণ শ্ৰেণীৰ পৰা প্ৰাৰ্থীৰ নিযুক্তি বহু বেছি হ’লেও অ’বিচি, দলিত আৰু জনজাতীয়ৰ ক্ষেত্ৰত ভালেমান পদ এতিয়াও খালী হৈয়েই আছ।

উল্লেখ্য যে ২০০৬ চনৰ সংসদীয় আইনৰ দ্বাৰা এই পদসমূহ পূৰণ কৰাটো বাধ্যতামূলক আছিল। কিন্তু এতিয়া ছবিখন যেন সম্পূৰ্ণ বেলেগ।

Apply Now

উদাহৰণস্বৰূপে অধ্যাপকৰ ক্ষেত্ৰত অ’বিচি শিতানৰ ৪২৩টা অনুমোদিত পদৰ ভিতৰত মাত্ৰ ৮৪টা পদহে পূৰণ হৈছে। অৰ্থাৎ ৮০ শতাংশ পদ এতিয়াও খালী হৈ আছে।

আনহাতে দলিত (SC)ৰ ক্ষেত্ৰত বিগত পাঁচ বছৰত ৩০৮টা অনুমোদিত পদৰ ভিতৰত মাত্ৰ ১১১টা পদহে পূৰণ হৈছে। এতিয়াও ৬৪ শতাংশ পদ বাকী আছে।

ইফালে জনজাতি সম্প্ৰদায়ৰ ১৪৪টা পদৰ ভিতৰত মাত্ৰ ২৪টা পদহে পূৰণ হৈছে। এতিয়াও ৮৩ শতাংশ পদ পূৰণ হোৱা নাই।

আনহাতে, সাধাৰণ শাখাত অনুমোদিত ১৫৩৮টা পদৰ ভিতৰত ৯৩৫টা পদ পূৰণ হৈছে। অৰ্থাৎ ৩৯ শতাংশ পদহে খালী আছে।

সহযোগী অধ্যাপকৰ ক্ষেত্ৰত এছ টি শিতানৰ বাবে অনুমোদিত পদৰ প্ৰায় ৬৫ শতাংশ খালী। ৩০৭টা পদৰ ভিতৰত ১০৮টা পদহে পূৰণ হৈছে।

অ’বিচি শিতানত ৬৯ শতাংশ পদ খালী ৮৮৩ টাৰ ভিতৰত ২৭৫ টা পূৰণ কৰা হৈছে।

অনুসূচিত জাতি(দলিত)ৰ ক্ষেত্ৰত ৫১ শতাংশ খালী পদ আছে। ৬৩২টা পদৰ ভিতৰত ৩০৮টা পদ পূৰণ হৈছে।

সাধাৰণ শ্ৰেণীত ১৬ শতাংশ পদ খালী। ৩০১৩টা পদৰ ভিতৰত ২৫৩৩টা পদ পূৰণ হৈছে।

সহকাৰী অধ্যাপকৰ ক্ষেত্ৰত খালী পদ সৰ্বনিম্ন। অ’বিচি শিতানত ২৩ শতাংশ (২৩৮২ৰ ভিতৰত ১৮৩৮টা), এছটিৰ ১৫ শতাংশ (৭০৪ৰ ভিতৰত ৫৯৫টা পূৰণ কৰা) আৰু এছচি শিতানত ১৪ শতাংশ (১৩৭০ৰ ভিতৰত ১১৮০টা পূৰণ কৰা হৈছে)।

উল্লেখ্য যে ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যাপক সাংসদ মনোজ কুমাৰ ঝাই ৰাজ্যসভাক বিগত পাঁচ বছৰৰ অনুমোদিত অধ্যাপক পদ আৰু খালী পদৰ তথ্য জানিবলৈ অনুৰোধ কৰিছিল। এই তথ্য কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰে সেই প্ৰশ্নৰ লিখিত উত্তৰত দিছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd