• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 10:33 am
280
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতিগৰাকীক ধৰি আনি দিলেই ৪০০ কোটি টকাৰ পুৰস্কাৰ দিব ট্ৰাম্পে! তেওঁ হৈছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো। আমেৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে দুগুণ পুৰস্কাৰ ঘোষণা কৰিছে।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ মিলিয়ন ডলাৰ বা প্ৰায় ৪,৩৭,৪৪,৬৮,৫০০.০০ টকা পুৰস্কাৰ ঘোষণা কৰিছে। অৰ্থাৎ ৪০০ কোটি টকাৰো অধিক।

মাদুৰোক কিয় গ্ৰেপ্তাৰ কৰিব বিচাৰিছে ট্ৰাম্পে?

ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো বিশ্বৰ অন্যতম বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজিৰে ফেণ্টানিল মিশ্ৰিত কোকেইন তেওঁ আমেৰিকালৈ প্ৰেৰণ কৰাৰ অভিযোগ। যিয়ে মানুহৰ জীৱন ধ্বংস কৰি আছে।

২০২০ চনত ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত নিউয়ৰ্কৰ আদালতত মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ, ড্ৰাগছ-সন্ত্ৰাসৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল। সেই সময়ত ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পিছত বাইডেন চৰকাৰে সেই ধন ২৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰে। এতিয়া ট্ৰাম্পে সেয়া পুনৰ দুগুণ কৰিছে। ৯/১১ৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড ওছামা বিন লাডেনৰ বাবেও একে পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

মাদুৰোৰ প্ৰতি আমেৰিকাৰ বিদ্বেষ

ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজি কৰি মাদুৰোই আমেৰিকালৈ বৃহৎ পৰিমাণৰ কোকেইন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। মাদুৰোৰ পৰা ৭০ লাখ টন কোকেইন জব্দ কৰিছে আমেৰিকাৰ ড্ৰাগছ এজেন্সীয়ে। চোৰাংভাৱে অনা কোকেইনত ফেণ্টানিল নামৰ বিপজ্জনক ড্ৰাগছ মিহলি কৰা হৈছে। সেই ঔষধে আমেৰিকাত ড্ৰাগছৰ আসক্তি বৃদ্ধি কৰিছে।

মাদুৰোৰ ক্ষমতা আৰু বিতৰ্ক

২০২৪ চনত নিকোলাছ মাদুৰো পুনৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। কিন্তু আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু বহু লেটিন আমেৰিকাৰ দেশে এই নিৰ্বাচনক ভুৱা বুলি অভিহিত কৰে। তেওঁলোকে আচলতে মাদুৰোৰ প্ৰতিদ্বন্দ্বীক প্ৰকৃত ৰাষ্ট্ৰপতি বুলি গণ্য কৰে। কিন্তু তথাপিও মাদুৰো ক্ষমতাত আছে।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd