• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 11:12 am
57
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাক বিভিন্ন বিধানসভা সমষ্টিত দুটাকৈ নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (EPIC) নম্বৰ ৰখাৰ অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগে এক জাননী জাৰি কৰে। এই কাৰ্য্যৰ পিছতে বিৰোধী দলৰ নেতা তেজস্বী যাদৱে অভিযোগ উত্থাপন কৰিছে যে,  সিনহাৰ লখিচৰাই আৰু বাংকিপুৰৰ আসনত ভোটাৰ আইডি আছে, বয়স বেলেগ বেলেগ—এখনত ৫৭ আৰু আনখনত ৬০। ভাৰতীয় জনতা পাৰ্টিৰ নেতা সিনহাই বৃহস্পতিবাৰৰ ভিতৰত উত্তৰ দিব লাগিব নিৰ্বাচন আয়োগৰ ওচৰত।

বিৰোধী নেতাগৰাকীয়ে অভিযোগ কৰিছে যে সিনহাই দুয়োখন আসনতে গণনা প্ৰ-পত্ৰ পূৰণ কৰিছিল আৰু ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াক “ভুৱা”বুলি অভিহিত কৰিছিল, সিনহাই দোষী হ’লে পদত্যাগ কৰাৰ লগতে আয়োগৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে সিনহাই এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ বাংকীপুৰৰ পৰা নিজৰ নাম আঁতৰাবলৈ আবেদন কৰিছিল যদিও সেইটো মচি পেলোৱা হোৱা নাছিল।

ফালে বাংকিপুৰৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নিশ্চিত কৰিছে যে সিনহাৰ নাম দুয়োখন তালিকাতে আছে, আনকি শেহতীয়াকৈ পুনৰীক্ষণৰ পিছতো তালিকাত নাম সন্নিবিষ্ট আছে।

উল্লেখনীয় যে বিহাৰৰ বিশেষ নিৰ্বাচনী তালিকা উন্নীতকৰণৰ মাজতে এই জাননী দিয়া হৈছে, ১ আগষ্টত প্ৰকাশিত খচৰাত ৬৫ লাখৰো অধিক ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। আনহাতে যোৱা সপ্তাহত তেজস্বী যাদৱে তেওঁৰ নাম তালিকাৰ পৰা বাদ পৰা বুলি দাবী কৰিছিল যদিও কৰ্তৃপক্ষই তেওঁৰ দেখুওৱা ভোটাৰ আইডি ভুৱা যেন লগা বুলি মত প্ৰকাশ কৰিছে।

Recent News

‘ভোট চুৰি’ৰ অভিযোগত ইণ্ডিয়া মিত্ৰজোঁটৰ ৩০০ সাংসদে আজি ঘেৰাও কৰিব নিৰ্বাচন আয়োগৰ কাৰ্যালয়

‘ভোট চুৰি’ৰ অভিযোগত ইণ্ডিয়া মিত্ৰজোঁটৰ ৩০০ সাংসদে আজি ঘেৰাও কৰিব নিৰ্বাচন আয়োগৰ কাৰ্যালয়

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

ডিব্ৰুগড়ত চাহ বাগিচাত আঠ বছৰীয়া নাবালিকাক ধৰ্ষ*ণ কৰি হত্যা: নলাত ঘাঁহেৰে ঢাকি লুকুৱাই ৰাখিছিল মৃতদেহ

ডিব্ৰুগড়ত চাহ বাগিচাত আঠ বছৰীয়া নাবালিকাক ধৰ্ষ*ণ কৰি হত্যা: নলাত ঘাঁহেৰে ঢাকি লুকুৱাই ৰাখিছিল মৃতদেহ

এয়াৰ ইণ্ডিয়াৰ বিমানত মাজ আকাশতে কাৰিকৰী বিজুতি! সাংসদসহ যাত্ৰীসকলক লৈ চেন্নাইত জৰুৰীকালীন অৱতৰণ

এয়াৰ ইণ্ডিয়াৰ বিমানত মাজ আকাশতে কাৰিকৰী বিজুতি! সাংসদসহ যাত্ৰীসকলক লৈ চেন্নাইত জৰুৰীকালীন অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd