• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ হত্যা যজ্ঞই কঁপাইছে বিশ্বক! গাজাত ইজৰাইলৰ আক্ৰমণত নিহত আল জাজিৰাৰ পাঁচজন সাংবাদিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 12:21 pm
ফটো- সংগৃ্হীত

ফটো- সংগৃ্হীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে গাজাত ইজৰাইলৰ আক্ৰমণত নিহত হয় আল জাজিৰাৰ পাঁচগৰাকি কৈ সাংবাদিক। গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ ওচৰৰ এটা তম্বুত অৱস্থান গ্ৰহণ কৰা আনাছ আল-শ্বৰীফ আৰু মহম্মদ ক্ৰেইকেহ, আৰু কেমেৰাপাৰছন ইব্ৰাহিম জাহেৰ, মহম্মদ নৌফল আৰু মোৱামেন আলিৱা নামৰ সংবাদকৰ্মী কেইগৰাকী ইজৰাইলৰ আক্ৰমণৰ বলি হয়। আল জাজিৰাই এই ঘটনাক পৰিকল্পিত ভাবে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিহিত কৰা লগতে ইয়াক সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত পূৰ্ব পৰিকল্পিত আক্ৰমণ বুলি গৰিহণা দিয়ে। ইজৰাইলৰ বিষয়াসকলৰ বাৰে বাৰে ভাবুকি দিয়াৰ পিছত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংবাদ সংস্থাটোৱে মত প্ৰকাশ কৰিছে আৰু গাজাৰ পৰিস্থিতি বিশ্বৰ আগত উদঙাই দিয়া সাংবাদিকসকলক স্তব্ধ কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে।

ইফালে ইজৰাইলৰ সেনাই সোমবাৰে দাবী কৰে যে হামাছৰ সন্ত্ৰাসবাদী আল শ্বৰীফে সাংবাদিকৰ ৰূপ লৈ এই ৰকেট আক্ৰমণৰ নেতৃত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰিছে। আৱশ্যে আন সাংবাদিকসকলৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে টেল আভিভ।

Apply Now

সাংবাদিক সুৰক্ষা সমিতি চমুকৈ চিপিজে ইজৰাইলৰ এই অভিযোগ নাকচ কৰি কয় যে সাংবাদিকৰ বিৰুদ্ধে কৰা দাবীসমূহ প্ৰমাণহীন আৰু ইয়াৰ দ্বাৰা এটা চিন্তাজনক ধাৰা পোহৰলৈ আহিছে। চিপিজেৰ ছাৰা কুদাহে স্পষ্ট ভাবে কয় যে সাংবাদিকসকল সাধাৰণ নাগৰিক আৰু তেওঁলোকৰ হত্যা হ’লে ইয়াৰ বাবে জবাবদিহিতা নিশ্চিত হ’ব লাগিব বুলি তেওঁ দাবী জনায়।

উল্লেখযোগ্য যে, ২০২৩ চনৰ অক্টোবৰ মাহত গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দক্ষিণ ইজৰাইলত হামাছে প্ৰায় ১,২০০ জন লোকক হত্যা কৰিছে। সাংবাদিক সুৰক্ষা সমিতি (চিপিজে)ৰ তথ্য অনুসৰি, এই সংঘাতত ১৮৬ জন সাংবাদিকৰ মৃত্যু হৈছে। সমান্তৰাল ভাবে ইজৰাইলে ১৭৮ জন পেলেষ্টাইনীক হত্যা কৰিছে বুলি সিপিজে জানাইছে।

এনে পৰিস্থিতিত গাজাত বিমান আক্ৰমণ আৰু সাহায্য অৱৰোধৰ ফলত দুৰ্ভিক্ষৰ আশংকাই গা কৰি   উঠিছে। সংঘাতৰ আৰম্ভণিৰ পৰাই এতিয়ালৈকে ৬১ হাজাৰৰো অধিক লোকৰ প্ৰাণহানি হৈছে। আনহাতে, জুলাই মাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতিৰ আলোচনা মূল মতানৈক্যৰ বাবে স্থবিৰ হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd