• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2025 8:35 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ চৰকাৰে ‘কা’ সংশোধনৰ জড়িয়তে ২০২৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা লোকক নাগৰিকত্ব দিবলৈ চৰকাৰ উঠি-পৰি লাগিছে তাৰ তীব্ৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ন্যূনতম সংবেদনশীলতা থকা মানুহে এই নিৰ্দেশ মানি লব নোৱাৰে বুলি উল্লেখ কৰে সাংদজনে। লগতে চৰকাৰৰ এই নীতিক ভয়ংকৰ ষড়যন্ত্ৰ বুলিও আখ্যা দিয়ে ৰাজ্যসভাৰ সাংসদজনে। ভাৰত চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰিবলৈ গৈ নিজকে ভাষাহীন বুলিও উল্লেখ কৰে ভূঞাই। জাতি, মাটি, ভেটিৰ দোহাই দি ক্ষমতালৈ অহা বিজেপি দলটোৱে অসমীয়া মানু্হক প্ৰতাৰণা কৰিছে বুলিও ভূঞাই বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে।

তদুপৰি ভূঞাই কেন্দ্ৰীয় চৰকাৰে অসমক পৰীক্ষাগাৰ হিচাপে বুলি মন্তব্য কৰে। অসমৰ বহু জাতীয় সংগঠনে ‘কা’ৰ বিৰোধিতাত আন্দোলন কৰিছিল যদিও এতিয়া একাংশই চৰকাৰৰ জালত ভৰি থৈ বিপথে পৰিচালিত হৈছে বুলি ভূঞাই উল্লেখ কৰে।

অসমৰ মাটি গুজৰাটী বনিয়া আৰু গৌতম আদানীক দিয়াক লৈয়ো সৰৱ হৈ পৰে সাংসদ ভূঞা। অসমৰ ষষ্ঠ অনুসূচীৰ ভূমি বহিৰাগতৰ হাতত গটাই মুখ্যমন্ত্ৰীয়ে মূল ইচ্ছ্যু বিপথে পৰিচালিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা বুলিও সাংসদজনে উল্লেখ কৰে। লগতে ভূঞাই চৰকাৰ বৰ্তমান অসমত থকা বিদেশী চিনাক্ত কৰি প্ৰত্যাৱৰ্তনৰ পৰিৱৰ্তে স্বদেশী সজাৰ কাৰচাজিত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। তদুপৰি সাংসদ অজিত কুমাৰ ভূঞাই চৰকাৰৰ এই কাৰ্যৰ বাবে ৰাইজৰ হাতত ৰাজপথৰ আন্দোলনৰ বিকল্প নাই বুলি স্পষ্ট কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

September 5, 2025 12:30 pm
অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

September 5, 2025 12:12 pm
ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

September 5, 2025 10:58 am
বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

September 5, 2025 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

September 5, 2025 12:30 pm
অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

September 5, 2025 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd