• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 9:02 pm
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিকু শাৰদা অবিহনে কপিল শৰ্মাৰ শ্ব’ আধৰুৱা। কিন্তু কিকুৱে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে জনপ্ৰিয় পাপাৰাজী হেণ্ডেল ভাইৰাল ভায়ানীয়ে ইনষ্টাগ্ৰামত কিকুৱে কপিল শৰ্মাৰ নেটফ্লিক্স শ্ব’ এৰি যোৱাৰ কথা জনায়।

জানিব পৰা মতে, কিকুৱে এটা নতুন ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল’ৰ কামৰ বাবে চুক্তিবদ্ধ হৈছে, যিটো অতি সোনকালে আমাজন এমএক্স প্লেয়াৰত ষ্ট্ৰীম কৰা হ’ব। আৰু অনুষ্ঠানটোৰ আয়োজক হ’ব অশ্বিনী গ্ৰ’ভাৰ। এই কাৰণেই কিকুৱে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ এৰিছে।

Apply Now

কিকুৱে এতিয়াও কপিলৰ শ্ব’ৰ পৰা আঁতৰি অহাটো নিশ্চিত কৰা নাই। অৱশ্যে চেটত সহ অভিনেতা ক্ৰুষ্ণা অভিষেকৰ সৈতে তেওঁৰ তৰ্ক-বিতৰ্কৰ পিছত এই বিষয় পোহৰলৈ আহে।

কিকু আৰু ক্ৰুষ্ণা তৰ্কৰ ভিডিঅ’ও ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল। ভিডিঅ’টোৰ আৰম্ভণিতে কিকুৱে কোৱা শুনা যায়, “মই কেৱল টাইমপাছ কৰিছো নেকি?” কৃষ্ণই বিৰক্ত হৈ উত্তৰ দিয়ে, “তেন্তে একো নহয়, তুমি কৰা। কোনো সমস্যা নাই। মই ইয়াৰ পৰা গুচি যাম।”

তাৰ পিছত কিকুৱে কয়, “মূল কথাটো হ’ল, যিহেতু মোক মাতিছে, গতিকে প্ৰথমে মোৰ অংশটো শেষ কৰিবলৈ দিয়া।” শান্তভাৱে ক্ৰুষ্ণাই উত্তৰ দিয়ে, “মই তোমাক ভাল পাওঁ আৰু সন্মান কৰো, মই মাত মাতিব নিবিচাৰো।” ভিডিঅ’টোৰ শেষত কিকুৱে কয়, “মাত মতাৰ কথা নহয়, তুমি বিষয়টো ভুল পথেৰে নিছে।” অৱশ্যে কিকু আৰু ক্ৰুষ্ণাৰ এই তৰ্ক-বিতৰ্ক বাস্তৱ নে কেৱল ধেমালিহে সেয়া জনা নাযায়।

কপিল শৰ্মাৰ জনপ্ৰিয় কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ মূল সদস্য কিকু শাৰদা। বহু বছৰ ধৰি কপিলৰ সৈতে কাম কৰি বাম্পাৰ লটাৰীৰ দৰে চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিছে।

ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত কিকুৱে স্পষ্ট কৰি দিছিল যে কপিল শৰ্মাৰ শ্ব’ত মহিলাৰ সাজ-পোছাক পিন্ধিবলৈ তেওঁ কেতিয়াও কোনো সংকোচ কৰা নাছিল।

তেওঁৰ ভাষাত “মোৰ নাৰী ৰূপত অভিনয়ৰ ক্ষেত্ৰত কোনো সংকোচ নাই। ‘দ্য গ্ৰেট ইণ্ডিয়ান কমেডী শ্ব”ৰ পৰাই মই এই কামটো কৰি আহিছো। মই এজন অভিনেতা, গতিকে যিটো চৰিত্ৰ মোৰ ওচৰলৈ আহে, মই নিখুঁতভাৱে কৰা উচিত। যেতিয়ালৈকে মই দৰ্শকক মনোৰঞ্জন দিব পাৰো, তেতিয়ালৈকে সেয়া ঠিকেই আছে। মই যেতিয়াই কোনো নাৰী চৰিত্ৰত অভিনয় কৰো, তেতিয়াই মই নিশ্চিত কৰো যে সেয়া যাতে সন্মানজনক আৰু সুন্দৰ হয়। ই সদায় কিউট জ’নত থাকে। যদি দৰ্শকে মানি নললেহেঁতেন, তেতিয়া মহিলা হিচাপে অভিনয় কৰি মই আগবাঢ়ি নগলোঁহেঁতেন। কিন্তু মই মোৰ শিল্পৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd