• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ৱেইছ’ডং জলপ্ৰপাত আৰু ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটৰ ভ্ৰমণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 12:37 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা জুন মাহত ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ৱেইছ’ডং জলপ্ৰপাত আৰু ছ’হৰা (চেৰাপুঞ্জী)ৰ ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটত ৰাজহুৱা আৰু বাহনৰ প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে মেঘালয় চৰকাৰে।

অতিৰিক্ত উপ আয়ুক্ত এম এ চালামে মাউফু, উমব্লাই, লাইটডুহ, আৰু লাইটলিণ্ডপৰ গাঁওবুঢ়াসকলৰ সৈতে আলোচনা কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

Apply Now

এই নিৰ্দেশ অনুসৰি ৱেইছাৱডং জলপ্ৰপাতৰ পৰ্যটন কাৰ্য্যকলাপ লাইটডুহ গাঁৱৰ দ্বাৰা পৰিচালিত হ’ব, আনহাতে উম্বলাই গাঁৱৰ অন্তৰ্গত ৰিয়াট আৰ্লিয়াং পাৰ্কিং লট পৰ্যটকৰ বাহনৰ বাবে মুকলি থাকিব।

কৰ্তৃপক্ষই জনোৱা মতে, সেই স্থানত পৰ্যটন মসৃণ আৰু শৃংখলাবদ্ধভাৱে পুনৰ আৰম্ভ কৰাৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা আৰু নিৰীক্ষণ ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। এই আদেশত জোৰ দিয়া হৈছে যে আইনখন নিজৰ হাতত ল’বলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd