• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 1:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰি পত্নী সোণম ৰঘুবংশী, প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

চোহৰা মহকুমাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হৈছে অভিযোগনামা।

পাঁচোজন অভিযুক্ত—সোনম, ৰাজ কুশৱাহা, আকাশ ৰাজপুত, আনন্দ কুৰ্মি, আৰু বিশাল সিং চৌহানক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান ন্যায়িক জিম্মাত আছে। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ ১০৩(১) ধাৰা, প্ৰমাণ নোহোৱা কৰাৰ ২৩৮(ক) আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ ৬১(২) ধাৰাত অভিযোগ উত্থাপন হৈছে।

পূব খাছী পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে অতিৰিক্ত ফৰেনছিক প্ৰতিবেদন উপলব্ধ হ’লে আৰু তিনিজন সহ-অভিযুক্ত সম্পত্তিৰ ব্যৱসায়ী চাইলোম জেমছ, বিল্ডিঙৰ মালিক লোকেন্দ্ৰ টোমৰ আৰু নিৰাপত্তাৰক্ষী বলবীৰ আহিৰবাৰৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰা হ’ব। পূৰ্বে প্ৰমাণ ধ্বংস আৰু লুকুৱাই ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এই তিনিজনক বৰ্তমান জামিনত মুকলি কৰি দিয়া হৈছে।

ইন্দোৰৰ ২৯ বছৰীয়া ৰাজা আৰু ২৪ বছৰীয়া সোণম দুয়োজনেই মেঘালয়ত হানিমুনৰ সময়ত সন্ধানহীন হৈ পৰাৰ পিছতে প্ৰথম অৱস্থাত এই গোচৰটো “সন্ধানহীন দম্পতী”ৰ ঘটনা হিচাপে আৰম্ভ হৈছিল। পৰিয়ালৰ ব্যৱসায়ৰ একাউণ্টেণ্ট ৰাজ কুশৱাহাৰ সৈতে সোণমৰ সম্পৰ্ক অব্যাহত থকাৰ পিছতো ১১ মে’ত বিবাহপাশত আবদ্ধ হৈছিল দম্পতীহাল।

২৩ মে’ত ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছত ২৩ মে’ত নিৰুদ্দেশ হৈছিল ৰাজা আৰু সোণম।

উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা তেওঁৰ তিনিজন সহযোগী আকাশ, বিশাল আৰু আনন্দক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পিছতে ৮ জুনত উত্তৰ প্ৰদেশৰ গাজীপুৰত সোণম ওলাই আহি নন্দগঞ্জ থানাত আত্মসমৰ্পণ কৰে। পিছত ৰাজ কুশৱাহাক গ্ৰেপ্তাৰ কৰা হয়।

১১ জুনত সোণমে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ভাষ্য দি সোণমৰ ভাতৃ গোবিন্দই কয় যে পৰিয়ালটোৱে তেওঁৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছে আৰু ন্যায়ৰ সন্ধানত ৰাজাৰ পৰিয়ালক সমৰ্থন প্ৰকাশ কৰিছে।

বিশ্বাসঘাতকতা আৰু পূৰ্ব পৰিকল্পিত অপৰাধৰ জৰিয়তে দেশক স্তম্ভিত কৰা এই গোচৰটো অব্যাহত আছে কাৰণ এছ আই টিয়ে অভিযুক্ত বাকী থকাসকলৰ বিৰুদ্ধেও অতিৰিক্ত অভিযোগ প্ৰস্তুত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

September 6, 2025 1:31 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

September 6, 2025 1:25 pm
“ভাৰতত কোনো হিন্দুক বিদেশী বুলি গণ্য কৰিব নোৱাৰি”: জাতিবিৰোধী মন্তব্য দিলীপ শইকীয়াৰ

“ভাৰতত কোনো হিন্দুক বিদেশী বুলি গণ্য কৰিব নোৱাৰি”: জাতিবিৰোধী মন্তব্য দিলীপ শইকীয়াৰ

September 6, 2025 1:24 pm
GST 2.0: টাটা গাড়ীৰ মূল্য ১.৫ লাখ টকা হ্ৰাস; ২২ তাৰিখৰ পৰা পাব সুবিধা, কোন কোন মডেলত?

GST 2.0: টাটা গাড়ীৰ মূল্য ১.৫ লাখ টকা হ্ৰাস; ২২ তাৰিখৰ পৰা পাব সুবিধা, কোন কোন মডেলত?

September 6, 2025 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

September 6, 2025 1:31 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

September 6, 2025 1:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd