• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 4:52 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন। তাৰ আগতে পুনৰ এই বিজেপি শাসিত ৰাজ্যত ৰক্তপাতৰ সূত্ৰপাত হৈছে। বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক গুলীয়াই হত্যা কৰে দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডৰ পিছত পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজকুমাৰে আগন্তুক নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল। বুধবাৰে নিশা মুন্নাচক অঞ্চলত দুই যুৱকে তেওঁক আক্ৰমণ কৰে। অভিযোগ মতে, তেওঁৰ শৰীৰ গুলীৰে ভৰি পৰিছিল। ৰক্তাক্ত অৱস্থাত থিতাতে বাগৰি পৰে ৰাজকুমাৰ। ইয়াৰ পিছত অভিযুক্তই তাৰ পৰা পলায়ন কৰে।

তথ্য লাভ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। তেওঁক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তাতেই তেওঁৰ মৃত্যু হয়। ঘটনাৰ মুহূৰ্তৰ চিচিটিভি ফুটেজও তদন্তকাৰীয়ে লাভ কৰিছে। কিন্তু তেওঁৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰাৰম্ভিক তদন্তত ভূমি বিবাদক লৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পুংখানুপুংখ তদন্তৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে।

পাটনাৰ পূবৰ আৰক্ষী অধীক্ষক প্ৰতীক কুমাৰে কয়, “আমি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। ফৰেনছিক দলটোৱেও স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

September 11, 2025 4:52 pm
নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

September 11, 2025 4:26 pm
‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

September 11, 2025 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm
নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

September 11, 2025 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd