• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
September 12, 2025 3:59 pm
221
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা।বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাক লৈ উদ্দেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কি ব্যৱসায়ীক প্ৰতিষ্ঠান কি আবাসিক এলেকা একো বাদ পৰা নাই চোৰৰ লক্ষ্যৰ পৰা। নন কৌশলেৰে চোৰে লুটপাত চলাই যোৱাৰ বিপৰীতে চোৰক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে বোকাখাত আৰক্ষী।স্বাভাৱিকতেই চৰম দুঃচিন্তা আৰু নিৰাপত্তাহীনতাত ভূগীব লগীয়া হৈছে এতিয়া বোকাখাতবাসী।

যোৱা বৃহস্পতিবাৰে বোকাখাতৰ সেউজীপাৰৰ ৭নং ৱাৰ্ডৰ নিৱাসী প্ৰভাত চন্দ্ৰ শৰ্মা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে দিন দুপৰতে চলালে লুটপাত।ঘৰৰ ভেন্টিলেটৰৰ গ্ৰীল কাটি চোৰে লুটি লৈ যায় সোণৰ গহনা আৰু নগদ ধন।

Apply Now

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত মাহৰ ১৯ তাৰিখে বোকাখাত নগৰৰ মাজ মজিয়াৰ তথা বোকাখাত আৰক্ষী থানাৰ পৰা সামান্য দূৰত্বত থকা হোটেল  তিৰুপতি কমপ্লেস্কৰ এখন ম‘বাইল দোকানৰ পৰা নিশা চোৰে দোকানৰ চাটাৰ ভাঙি লৈ যায় প্ৰায় ২০ পৰা ২৫ লক্ষাধিক টকাৰ দামী ম’বাইল আৰু অন্যান্য সামগ্ৰী। উল্লেখযোগ্য যে উক্ত চুৰিকাণ্ডৰ ঘটনাত বোকাখাত আৰক্ষীয়ে স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল আৰু এটা ফৰেনচিক দলেও অনুসন্ধান কৰিছিল যদিও আজি পৰ্যন্ত চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল বোকাখাত আৰক্ষী।

আনটো ঘটনা চলিত মাহৰ ৮ তাৰিখৰ। এই ঘটনাত বোকাখাত ডিফলু পথৰ কানু ষ্ট‘ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে প্ৰতিষ্ঠানখনত লগাই থোৱা লোৰ পাটিসহ ৫/৬ টা তলা ভাঙি নগদ ধন আৰু অন্যান্য সামগ্ৰী লৈ যায়। ইয়াৰ পাছতে কানু ষ্টৰত সংঘটিত হোৱা চুৰি কাণ্ডৰ তিনিদিনৰ পাছতেই অৰ্থাৎ ১১/৯/২৫ তাৰিখ বৃহস্পতিবাৰে আকৌ বোকাখাতৰ সেউজীপাৰত সংঘটিত হয় আনটো চুৰি কাণ্ডৰ। এই ঘটনাত সেউজীপাৰৰ ৭নং ৱাৰ্ডৰ প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাসগৃহৰ পৰা ঘৰত কোনো নথকাৰ সুযোগত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত চোৰে ভেণ্টিলেটৰৰ গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ কৰি ৩ লাখ টকাৰ সোনৰ গহনা আৰু প্ৰায় ১.৫০ লাখ নগদ ধন লৈ উধাও হয়।

আশ্বৰ্যজনক কথা যে বোকাখাতত চোৰে প্ৰায় ধাৰাবাহিক ভাৱে  চুৰি কাণ্ড সংঘটিত কৰি অহাৰ পাছতো চোৰক কৰায়ত্ব কৰাত তথা চুৰিকাণ্ড ৰোধ কৰাত চূড়ান্ত ভাৱে বিফল হৈছে বোকাখাত আৰক্ষী।

অভিযোগ উত্থাপিত হৈছে সততে মন্ত্ৰী-বিধায়কৰ পিছত দৌৰি থকা বোকাখাত আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰি সামান্যতমো সকাহ দিব পৰা নাই বোকাখাতবাসীক ইয়াৰ বিপৰীতে বোকাখাত আৰক্ষী থানাৰ লকআপৰ পৰা দিনতেই ৰাইজে কৰায়ত্ব কৰি দিয়া চোৰেও পলায়ন কৰাৰ দৰে লজ্জাজনক ঘটনাহে সংঘটিত হৈছে।

যাৰ বাবে চোৰ ধৰাত বিফল বোকাখাত আৰক্ষীক তীব্ৰ সমালোচনা কৰাৰ লগতে হেমাহী ত্যাগ কৰি সাধাৰণ ৰাইজক নিৰাপত্তা প্ৰদানত অধিক সচেতন হ‘বলৈ আহ্বান জনাইছে বোকাখাতৰ সচেতন ৰাইজে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd