• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 7:01 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাসকলৰ শৰীৰত হৰম’নৰ ভাৰসাম্য নোহোৱা হোৱাত বহু সমস্যা দেখা দিয়ে। বিশেষজ্ঞসকলে সতর্ক কৰি কৈছে, এই লক্ষণবোৰক সাধাৰণ বুলি ল’ব নালাগে। সময়মতে পৰামৰ্শ নালিলে সমস্যা গভীৰ হ’ব পাৰে আৰু হৃদযন্ত্ৰ, হাড়, প্ৰজনন ক্ষমতা, পাচন প্ৰক্ৰিয়া আদি প্ৰভাৱিত হ’ব পাৰে।

হৰম’নৰ ভূমিকা

Apply Now

হৰম’নে শৰীৰৰ পাচন, টোপনি, মুড, মাহেকীয়া আৰু প্ৰজনন ক্ষমতা নিয়ন্ত্ৰণ কৰে। ইয়াৰ স্তৰ বাঢ়ি যোৱা বা হ্ৰাস পোৱাত শৰীৰ সংকেত দিয়ে। কিন্তু এই সংকেত অধিকাংশেই উপেক্ষা কৰা হয়, যাৰ ফলত চিকিৎসাত পলম হয়।

চিনাক্ত কৰিব লগা মুখ্য লক্ষণসমূহঃ

  • মাহেকীয়া সমস্যাঃ অনিয়মিত মাহেকীয়া, বেছি বা কম ৰক্তস্ৰাৱ, হঠাতে বন্ধ হোৱাটো পি.চি.ও. এছ. বা থাইৰয়ড সমস্যাৰ ইংগিত হ’ব পাৰে।
  • হঠাতে ওজন বৃদ্ধি বা হ্ৰাসঃ কোনো কাৰণ নোহোৱাকৈ ওজন সলনি হ’লে ইনচুলিন, কাৰ্টিছল বা থাইৰয়ড হৰম’নৰ সমস্যা হ’ব পাৰে।
  • অনবৰত ভাগৰুৱাঃ যথেষ্ট টোপনিৰ পাছতো যদি ভাগৰুৱা অনুভৱ হয়, ই হাইপোথাইৰয়ডিজম বা এড্ৰিনেল ফটিগৰ ফল হ’ব পাৰে।
  • মুড পৰিবৰ্তনঃ হঠাতে খং উঠা, মুড সলনি হওঁতা সাধাৰণতে এষ্ট্ৰেজন আৰু প্ৰোজেষ্টেৰোনৰ ওঠপতনৰ কাৰণ। পিএমএছ, পেৰিমেনোপজ বা পোষ্টপাৰ্টমত বেছিকৈ দেখা যায়।
  • ছালৰ সমস্যাঃ ছাল শুকান বা তেলতীয়া হোৱা এন্ড্ৰোজন বাঢ়ি যোৱা বা এষ্ট্ৰেজন কম হোৱাৰ ফল।
  • চুলি সৰাঃ চুলি পাতল হোৱা বা সৰা পি.চি.ও. এছ. বা থাইৰয়ডৰ সংকেত।
  • ঘাম আৰু গৰম অনুভৱঃ নিশা বেছি ঘাম, হঠাতে গৰম অনুভৱ পেৰিমেনোপজ আৰু মেনোপজত সাধাৰণ।
  • টোপনিৰ সমস্যাঃ বাৰে বাৰে টোপনি ভাঙি যোৱা বা অনিদ্ৰা এষ্ট্ৰেজন আৰু প্ৰোজেষ্টেৰোন কম হোৱাৰ লক্ষণ।
  • যৌন ইচ্ছা হ্ৰাসঃ এষ্ট্ৰেজন, টেষ্টোষ্টেৰোন বা থাইৰয়ড হৰম’ন কম হোৱাত যৌন ইচ্ছা হ্ৰাস পায়।
  • পাচনতন্ত্ৰৰ সমস্যা: হৰম’নৰ ভাৰসাম্য নোহোৱাত পাচনতন্ত্ৰতো বেয়া প্ৰভাৱ পৰে।

পৰিত্ৰাণৰ উপায়ঃ

  • সুষম আহাৰ গ্ৰহণ কৰক।
  • নিয়মিত ব্যায়াম কৰক।
  • মন শান্ত ৰাখিবলৈ ধ্যান বা যোগাভ্যাস কৰক।
  • পৰ্যাপ্ত টোপনি লওক।

বিশেষজ্ঞসকলে মহিলাসকলক আহ্বান জনাইছে হঠাতে ওজন বৃদ্ধি, মুড পৰিবৰ্তন বা মাহেকীয়াৰ অনিয়মক সাধাৰণ বুলি উপেক্ষা নকৰিব। সময়মতে চিকিৎসা নকৰিলে সমস্যা ৰোগলৈ পৰিণত হোৱাৰ আগতে নিয়ন্ত্ৰণ কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd