• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিমখ খাবলৈ বাদ দিছে নেকি? সাৱধান! একেবাৰে নাখালেও হ’ব পাৰে বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2025 6:44 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চ ৰক্তচাপত ভোগা লোক সকলক নিমখ কমাই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। গতিকে, যেতিয়া উচ্চ ৰক্তচাপ বৃদ্ধি পায় তেতিয়া ৰোগী সকলে নিমখ খাবলৈ একেবাৰে বাদ দিয়া দেখা যায়। কিন্তু পৰ্যাপ্ত পৰিমাণৰ নিমখ নাখালে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতৰে এই বিষয়ে সঠিক ধাৰণা নাথাকে।

চিকিৎসকে কয় যে নিমখে আমাৰ শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। স্নায়ুতন্ত্ৰৰ পৰা আৰম্ভ কৰি পেশীৰ কাৰ্যকলাপলৈকে সকলোতে নিমখৰ অপৰিহাৰ্য ভূমিকা। শেহতীয়াকৈ ভাৰতীয় চিকিৎসক সৌৰভ শেট্টীয়ে এটা ভিডিঅ’ পোষ্ট কৰি কয় যে এচামুচতকৈ কম নিমখ খালে ৰক্তচাপৰ উঠা-নমা লক্ষ্য কৰাটো স্বাভাৱিক। আনকি বিভিন্ন জটিল স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হ’ব পাৰে।

Apply Now

নিমখ বাদ দিলে কি হ’ব?

(১) শৰীৰত পৰ্যাপ্ত পৰিমাণৰ নিমখ বা ছডিয়াম নাথাকিলে বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে। কাৰণ নিমখে শৰীৰৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া আৰু হৰম’ন নিয়ন্ত্ৰণ কৰে। সঠিক বিপাকীয় ক্ৰিয়াৰ বাবে ই অতি প্ৰয়োজনীয়। নিমখৰ অভাৱে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত কৰাৰ লগতে গুৰুত্বপূৰ্ণ এনজাইম আৰু হৰম’নৰ কাৰ্য্যক্ষমতা হ্ৰাস কৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হয়। ফলত বিপাকীয় ক্ৰিয়াৰ লগত জড়িত সকলো ৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

(২) খাদ্য আৰু তৰল পদাৰ্থৰ পৰা পোৱা ইলেক্ট্ৰ’লাইট (ছডিয়াম, পটাছিয়াম, কেলচিয়াম ইত্যাদি)এ শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। একে সময়তে ইহঁতে পুষ্টিকৰ পদাৰ্থ কঢ়িয়াই নিয়াৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত কোষবোৰে নিজৰ কাম সঠিকভাৱে কৰিব পাৰে। ইলেক্ট্ৰ’লাইটৰ অভাৱ হ’লে শৰীৰে নিজৰ কাম সঠিকভাৱে কৰিব নোৱাৰে। ইয়াৰ ফলত বিভিন্ন জটিল শাৰীৰিক সমস্যাৰ সৃষ্টি হয়।

(৩) পেশী আৰু স্নায়ুতন্ত্ৰৰ সঠিক কাম-কাজৰ বাবে নিমখ বা ছডিয়াম এক গুৰুত্বপূৰ্ণ উপাদান। যদি আপুনি নিমখ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে তেন্তে পেশীৰ দুৰ্বলতা, ক্ৰেম্প আৰু স্নায়ুতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়।(৪) শৰীৰত পানী ধৰি ৰখাত নিমখৰ অপৰিহাৰ্য ভূমিকা আছে। নিমখ নাখালে শৰীৰৰ পৰা অতিৰিক্ত পানী ওলাই যাব পাৰে। ফলত শৰীৰত পানীৰ অভাৱ হ’ব পৰে। ইয়াৰ ফলত বৃক্ক, হৃদযন্ত্ৰ, আনকি অন্যান্য অংগৰো ক্ষতি হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd