• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এৰাতিতে ৩ হাজাৰ লোকৰ মৃত্যু! ৪২ বছৰৰ পাছত ‘নেলী হত্যাকাণ্ড’ৰ প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2025 3:29 pm
323
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুপ্ৰৱেশ আৰু অবৈধ বসতিৰ বিৰুদ্ধে হোৱা নৃশংসতাৰ এটা ক’লা অধ্যায় হৈছে ১৯৮৩ চনত অসমত সংঘটিত হোৱা নেলী হত্যাকাণ্ড। অসমত বাস কৰা কমেও ২০০০ৰ পৰা ৩০০০ লোকক নিশাটোৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিল। বিৰাল্লিশ বছৰৰ পাছত অৱশেষত সেই হত্যাকাণ্ডৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰিবলৈ ওলাইছে চৰকাৰ। জানিব পৰা মতে, নৱেম্বৰ মাহত ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগে সেই ভয়ানক হত্যাকাণ্ডৰ প্ৰতিবেদন দাখিল কৰিব।

‘নেলী হত্যাকাণ্ড’ সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “এই প্ৰতিবেদন বহু আগতেই প্ৰস্তুত কৰা হৈছিল। অৱশ্যে প্ৰতিবেদনৰ প্ৰতিলিপিত তিৱাৰীৰ স্বাক্ষৰ নথকাৰ বাবে পূৰ্বৰ চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। পূৰ্বৰ চৰকাৰে এই প্ৰতিবেদনক লৈ সন্দেহ প্ৰকাশ কৰিছিল। অৱশ্যে প্ৰতিবেদন প্ৰস্তুতৰ লগত জড়িত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে আমি কথা পাতিছিলো। প্ৰতিবেদনখনৰ ফৰেনছিক পৰীক্ষা কৰাৰ পিছত আমি নিশ্চিত কৰিলোঁ যে প্ৰতিবেদনখন প্ৰকৃত।” মুখ্যমন্ত্ৰীয়ে আৰু কয়, “এই ক্ষেত্ৰত এক সাহসী পদক্ষেপৰ প্ৰয়োজন আছিল। এই প্ৰতিবেদন বিধানসভাত দাখিল কৰা উচিত কাৰণ ই আমাৰ ইতিহাসৰ অংশ। এই প্ৰতিবেদনৰ জৰিয়তে মানুহে জানিব পাৰিব যে সেই সময়ত সঠিকভাৱে কি হৈছিল।”

Apply Now

উল্লেখ্য যে অসমৰ ইতিহাসৰ এটা পাহৰিব নোৱাৰা অধ্যায় হ’ল ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত হোৱা নেলী হত্যাকাণ্ড।ইতিহাসত কোৱা হৈছে যে আহম বংশৰ পিছত অসম ইংৰাজৰ নিয়ন্ত্ৰণলৈ আহিছিল। সেই সময়ত ইংৰাজে বংগ আৰু বিহাৰৰ পৰা চাহ শ্ৰমিক আনি ইয়াত নিয়োগ কৰিছিল। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নিশাৰ আন্ধাৰত আক্ৰমণকাৰীয়ে সেই অঞ্চলৰ বাসিন্দাসকলক আক্ৰমণ কৰে। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে দুইৰ পৰা তিনি হাজাৰ লোকৰ মৃত্যু হয়। ইয়াৰে অধিকাংশই আছিল মহিলা আৰু শিশু। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি বহু লোকক গ্ৰেপ্তাৰ কৰে যদিও কোনো ন্যায় প্ৰদান কৰাৰ ব্যৰ্থ হয়। তাৰ পাছত অসমৰ ৰাইজৰ প্ৰতিবাদৰ বাবে শাসনলৈ অহা পৰৱৰ্তী চৰকাৰখনে নেলী হত্যাকাণ্ডৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd