• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ন্যায়পালিকা উন্নয়নৰ বাধা!’ শলঠেকত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা, কি ক’লে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 10:19 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যালে ‘ভাৰত উন্নত দেশ হোৱাৰ ক্ষেত্ৰত ন্যায়পালিকা আটাইতকৈ ডাঙৰ বাধা’ বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভয় এছ ওকাই।

তেওঁ কয় যে ন্যায়পালিকাৰ গঠনমূলক সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ আছে, কিন্তু সেই সমালোচনাৰ সময়ত আদালতে দিয়া নিৰ্দেশে উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰিছে আৰু সংবিধান উলংঘা কৰিছে বুলি নিৰ্দিষ্ট প্ৰমাণ দিব লাগিব।

Apply Now

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ন্যায়াধীশ অভয় এছ ওকাই। তাত সঞ্জীৱ সান্যালৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘এই জ্ঞানী ব্যক্তিজনে সেই ন্যায়িক আদেশৰ উদাহৰণ দিব লাগিছিল, যিবোৰে তেওঁৰ মতে ‘উন্নত ভাৰত’ গঢ়াৰ পথত বাধাৰ সৃষ্টি কৰিছে। তেওঁ যদি তথ্য দিলেহেঁতেন তেন্তে তেওঁৰ সমালোচনা গঠনমূলক হ’লহেঁতেন আৰু আদৰি ল’লোহেঁতেন। ভাৰতৰ প্ৰতিজন নাগৰিকৰ ন্যায়পালিকা আৰু আদালতৰ আদেশক গঠনমূলক সমালোচনা কৰাৰ অধিকাৰ আছে আৰু আমি সেই অধিকাৰক সমৰ্থন কৰিব লাগিব।’

কিন্তু তেওঁ জোৰ দি কয় যে, “এই আদেশসমূহে সংবিধান উলংঘা কৰা বুলি প্ৰমাণ কৰিব পাৰিলেহে ন্যায়পালিকাৰ আদেশক সমালোচনা কৰিব পাৰি আৰু সংবিধানৰ পৰিকাঠামোৰ ভিতৰৰ পৰা উন্নয়নমূলক কাম কৰিবলৈ দিয়া নাই।”

যোৱা মাহত ‘ন্যায় নিৰ্মাণ ২০২৫’ সন্মিলনত সঞ্জীৱ সান্যালে উচ্চ ন্যায়ালয়ৰ দীৰ্ঘদিনীয়া ছুটী আৰু আইনী ভাষাত ‘প্ৰেয়াৰ’ আৰু ‘মাই লৰ্ড’ৰ দৰে শব্দৰ ব্যৱহাৰক সমালোচনা কৰিছিল। সঞ্জীৱ সান্যালৰ এই মন্তব্যক উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে নাকচ কৰি ‘দায়িত্বহীন’ আৰু ‘দুখজনক’ বুলি অভিহিত কৰে। উচ্চ ন্যায়ালয়ৰ ছুটীৰ ওপৰত মন্তব্য কৰাসকলে আদালতে কেনেদৰে কাম কৰে সেয়া বুজিবলৈ অক্ষম বুলিও তেওঁ কয়।

বিকাশ সিঙে স্পষ্ট কৰি দিয়ে যে, “এই ছুটীবোৰ এনেকুৱা সময় নহয় যেতিয়া একো নকৰাকৈয়ে আদালতৰ সময়  নষ্ট হয়। হাইকোৰ্টৰ ছুটীৰ ধাৰণাটো বুজিবলৈ হ’লে আপুনি বুজিব লাগিব যে এজন ব্যস্ত অধিবক্তা বা ন্যায়াধীশে স্বাভাৱিক সময়ত কেনেধৰণৰ কাম কৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd