• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো অসুখ নাই কিন্তু শিশুটি অলস হৈ পৰিছে! জানি লওক ইয়াৰ আঁৰৰ কাৰণটো কি হ’ব পাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 7:29 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসুস্থতাৰ কোনো স্পষ্ট লক্ষণ নাথাকিলেও শিশুৰ অলসতা এটা গুৰুতৰ লক্ষণ হ’ব পাৰে আৰু ইয়াক আওকাণ কৰা উচিত নহয়। সংক্ৰমণ, পানীলগা বা আন অন্তৰ্নিহিত স্বাস্থ্যজনিত সমস্যাৰ বাবে ইয়াৰ সৃষ্টি হ’ব পাৰে।

যদি আপুনি আপোনাৰ শিশুটিৰ আচৰণত অস্বাভাৱিকতা লক্ষ্য কৰে, যেনে অত্যধিক কান্দোন বা শুই থকা, ছালৰ ৰং সলনি হোৱা, বা স্বাভাৱিক কাম কৰিবলৈ অনিচ্ছা কৰা, তেন্তে আপুনি তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগিব।

Apply Now

যিবোৰ কাৰণ আৰু লক্ষণসমূহ আওকাণ কৰা উচিত নহয়

* সংক্ৰমণঃ জ্বৰ নোহোৱাকৈও সংক্ৰমণ হ’ব পাৰে। আপোনাৰ শিশুৰ আচৰণৰ পৰিৱৰ্তন, যেনে অত্যধিক কান্দোন বা অধিক শুই থকা আদিৰ কাৰণ হ’ব পাৰে।

*অত্যধিক ভাগৰুৱা বা অলসতা: যদি আপোনাৰ শিশুটি অলস হৈ পৰে বা সাধাৰণতকৈ বেছি ভাগৰুৱা অনুভৱ কৰে তেন্তে ই এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে।

*ছালৰ ৰঙৰ পৰিৱৰ্তন: যদি আপোনাৰ শিশুৰ ছাল শেঁতা হয়, বা দাগযুক্ত/বেঙুনীয়া বা ৰঙা দাগ থাকে, তেন্তে আপুনি তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে, কিয়নো এইবোৰ চেপ্চিছৰ লক্ষণ হ’ব পাৰে।

* খাবলৈ বা পিবলৈ অস্বীকাৰ কৰা: যদি শিশুৱে স্বাভাৱিকভাৱে খাবলৈ বা পিবলৈ অস্বীকাৰ কৰে তেন্তে ই পানীলগা বা আন সমস্যাৰ লক্ষণ হ’ব পাৰে।

* অস্বাভাৱিক আচৰণ: যদি শিশুৱে নিজৰ সাধাৰণ কাম-কাজৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ নকৰে বা অত্যধিক কান্দে তেন্তে ই অসুস্থতাৰ ইংগিত হ’ব পাৰে।

* উশাহ-নিশাহৰ সমস্যাঃ উশাহ-নিশাহ চুটি হোৱা বা উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাটো এটা জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

* আন জৰুৰীকালীন লক্ষণ: যদি শিশুটিৰ তীব্ৰ বিষ হয় আৰু কমি নাযায়, বা বাৰে বাৰে বমি হয়, তেন্তে আপুনি তৎক্ষণাত চিকিৎসালয়লৈ নিব লাগে।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে? যদি আপোনাৰ শিশুটিৰ বয়স এমাহতকৈও কম হয় আৰু আপুনি সংক্ৰমণৰ কোনো লক্ষণ দেখা পায় তেন্তে পলম নকৰাকৈ চিকিৎসকৰ ওচৰলৈ লৈ যাওক। যদি শিশুৰ মাজত ওপৰৰ কোনো এটা বা অধিক লক্ষণ দেখা যায় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

* জৰুৰী অৱস্থাত কি কৰিব লাগে: যদি আপোনাৰ শিশুটি জৰুৰী অৱস্থাত থাকে, যেনে উশাহ-নিশাহ লোৱাত অসুবিধা বা তীব্ৰ বিষ, তেন্তে তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাব লাগে বা এম্বুলেন্স মাতিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd