• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপাৰেটৰক আদায় দিয়া নাই পাৰিশ্ৰমিক : আধাৰ কাৰ্ডৰ প্ৰস্তুতিত ব্যাপক বিসংগতি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 4:36 pm
aadhar-1-678x381-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংকে আধাৰ কাৰ্ড প্ৰস্তুতিত নিয়োজিত অপাৰেটৰসকলক পাৰিশ্ৰমিক আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই আধাৰ কাৰ্ড প্ৰস্তুতৰ দায়িত্ব বিভিন্ন বেংকক  অৰ্পণ কৰিছিল যদিও বিগত চাৰিমাহ ধৰি পাৰিশ্ৰমিক পোৱা নাই আধাৰ কাৰ্ড প্ৰস্তুতিত জড়িত অপাৰেটৰসকলে।

জানিব পৰা মতে জানুৱাৰী মাহৰ পাছত আজি পৰ্যন্ত ভাৰতীয় ষ্টেট বেংকৰ হৈ আধাৰ কাৰ্ড প্ৰস্তুতিত নিয়োজিত অপাৰেটৰসকলে পাৰিশ্ৰমিক পাবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষৰ লগত আলোচনা কৰিও অপাৰেটৰসকলে কোনো সুফল পোৱা নাই। সেয়েহে আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত আৰম্ভ হৈছে ব্যাপক বিসংগতি।

Apply Now

উল্লেখযোগ্য যে ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই অন্য ৰাষ্ট্ৰীয়কৃত বেংকৰ দৰে ভাৰতীয় ষ্টেট বেংকক আধাৰ কাৰ্ড প্ৰস্তুতিৰ দায়িত্ব অৰ্পণ কৰিছিল। আধাৰ কাৰ্ড প্ৰস্তুতৰ দায়িত্ব পোৱাৰ পাছত সেই কাম সুকলমে আগবঢ়াই নিবৰ বাবে ষ্টেট বেংক কৰ্তৃপক্ষই ইউটিলিটী ফৰ্মছ প্ৰাইভেট লিমিটেড নামৰ অন্য এটা কোম্পানী নিয়োগ কৰিছিল।

উক্ত কোম্পানীটোৱে আধাৰ কাৰ্ডৰ কাৰিকৰী কাম সম্পন্ন কৰিবলৈ যিসকল অপাৰেটৰ নিয়োগ কৰিছিল, সেই অপাৰেটৰসকলে পাব লগা পাৰিশ্ৰমিক বেংক কৰ্তৃপক্ষই মুকলি কৰি নিদিয়াৰ অভিযোগ উঠিছে।

ইপিনে প্ৰাপ্যৰ পৰা বঞ্চিত অপাৰেটৰসকলে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য প্ৰবন্ধকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে যদিও পাৰিশ্ৰমিক আৰু পাবলগা অন্য সা-সুবিধা সন্দৰ্ভত কোনো নিশ্চয়তা পোৱা নাই।

অপাৰেটৰসকলে অচিৰেই পাৰিশ্ৰমিক লাভ নকৰিলে আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম স্থগিত ৰখাৰ ভাবুকি দিয়ে। অপাৰেটৰসকলৰ অভিযোগ হ’ল যে ইউনিক আইডেন্‌টিফিকেশ্যন অথৰিটী অব্‌ ইণ্ডিয়াই নিয়ম অনুযায়ী অন্য বেংকৰ লগতে ভাৰতীয় ষ্টেট বেংককো পুঁজি যোগান ধৰি আহিছে। যিহেতু বেংকে ধন পাইছে, সেয়ে আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োজিত অপাৰেটৰসকলক অনাদায় হৈ থকা পাৰিশ্ৰমিকৰ ধন তৎকালে মুকলি কৰি দিব লাগে।

অপাৰেটৰসকলৰ অভিযোগ এয়ে যে অন্য বেংকে আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োগ কৰা প্ৰতিষ্ঠান বা কৰ্মচাৰীক নিয়মীয়াকৈ পাৰিশ্ৰমিক যোগান ধৰি আছে। কিন্তু সমস্যা সৃষ্টি কৰিছে ভাৰতীয় ষ্টেট বেংকেহে। সেয়েহে বেংকটোৱে অচিৰেই প্ৰাপ্য পাৰিশ্ৰমিক মুকলি কৰি নিদিলে আধাৰ কাৰ্ড প্ৰস্তুতৰ কাম অপাৰেটৰসকলে স্থগিত ৰখাৰ ভাবুকি দিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd