• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱাৰ নাইট ক্লাবত অগ্নিকাণ্ডৰ বলি হোৱা আটাইকেইজনকে চিনাক্ত, অসমৰো তিনিজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2025 8:05 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে কৰ্তৃপক্ষই জনোৱা মতে, গোৱা নাইট ক্লাবৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ২৫ জন লোকৰ আটাইকেইজনক চিনাক্ত কৰা হৈছে। ঘটনাৰ বলি হোৱা সকলৰ ভিতৰত ২০ জন কৰ্মচাৰী আৰু ৫ গৰাকী পৰ্যটক আছে।

দেওবাৰে পুৱাই আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত সংঘটিত হয় এই অগ্নিকাণ্ড। মৃত্যু হোৱা পাঁচজন পৰ্যটকৰ ভিতৰত চাৰিজন দিল্লীৰ, য’ত এটা পৰিয়ালৰ তিনিজন সদস্য আৰু পঞ্চমজন কৰ্ণাটকৰ। মৃত্যু হোৱা কৰ্মচাৰীসকলৰ ভিতৰত চাৰিজন উত্তৰাখণ্ডৰ আৰু তিনিজনকৈ ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, আৰু নেপালৰ। এই ঘটনাৰ বলি হৈছে অসমৰ তিনিজন লোকো।

Apply Now

চিনাক্ত ভুক্তভোগীৰ তালিকা

• ঝাৰখণ্ডৰ – মোহিত

• ঝাৰখণ্ডৰ – প্ৰদীপ মাহতো

• ঝাৰখণ্ডৰ -বিনোদ মাহতো

• অসমৰ – ৰাহুল তাঁতী

• উত্তৰাখণ্ডৰ – সতীশ সিং

• অসমৰ -মনোজিত মাল

• নেপালৰ – চুৰ্ন বাহাদুৰ পুন

• উত্তৰাখণ্ডৰ – সুৰেন্দৰ সিং

• পশ্চিম বংগৰ দাৰ্জিলিঙৰ – সুভাষ চেত্ৰী

• উত্তৰাখণ্ডৰ – জিতেন্দ্ৰ সিং

• উত্তৰাখণ্ডৰ -সুমিত নেগী

• উত্তৰাখণ্ডৰ – মনীষ সিং

• নেপালৰ – বিবেক কাটৱাল

• নেপালৰ – ছাবিন

• উত্তৰ প্ৰদেশৰ -সুনীল কুমাৰ

• অসমৰ -দিগম্বৰ পাতিৰ

• উত্তৰ প্ৰদেশৰ – ৰোহন সিং

• মহাৰাষ্ট্ৰৰ – ডমিনিক

• মহাৰাষ্ট্ৰৰ – মনোজ জোৰা

• নেপালৰ – সুদীপ

• কৰ্ণাটকৰ – ইছহাক

• দিল্লীৰ – সৰোজ যোশী

• দিল্লীৰ – বিনোদ কুমাৰ

• দিল্লীৰ – অনিতা যোশী

• দিল্লীৰ – কমলা যোশী

ইয়াৰে তিনিজন ৰাহুল তাঁতী, মনোজিত মাল, আৰু দিগম্বৰ পাতিৰ অসমৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত কয় যে তেওঁ প্ৰাণ হেৰুৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অগ্নিকাণ্ডৰ সময়ত প্ৰায় ১০০ জন লোক নৃত্যৰত আছিল আৰু আতংক বিয়পি পৰাৰ লগে লগে বহুতে চিৰিৰে তললৈ লৰালৰিকৈ নামি আহি কৰ্মচাৰীসকলৰ সৈতে আবদ্ধ হৈ পৰে।

Deeply anguished by the tragic loss of lives in the Arpora fire incident in Goa, where three of our own, lost their precious lives.

Shri Rahul Tanti, Cachar
Shri Manojit Mal, Cachar
Shri Diganta Patir, Dhemaji

Offering my heartfelt condolences to the bereaved families.…

— Himanta Biswa Sarma (@himantabiswa) December 7, 2025

বিষয়াসকলে এই পৰ্যন্ত ২৫ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে যদিও কিছুমান প্ৰত্যক্ষদৰ্শীয়ে কয় যে পৰ্যটকসকলে নাচি থকা প্ৰথম মহলাৰ পৰাই এই জুই আৰম্ভ হৈছিল।

পানাজীৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত আৰপোৰাত অৱস্থিত বাৰ্চ বাই ৰোমিঅ’ লেনৰ প্ৰৱেশ আৰু প্ৰস্থান সংকীৰ্ণ, আৰু ঠেক পথৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পোনপটীয়াকৈ ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd