• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাতৰ দুৰ্গন্ধ লৈ চিন্তিত নেকি? পিয়াজ আৰু নহৰুৰ তীব্ৰ গোন্ধ আঁতৰোৱাৰ সহজ ঘৰুৱা উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 6:45 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰান্ধনীঘৰত পিয়াজ আৰু নহৰু অবিহনে সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰাটো প্ৰায় অসম্ভৱ। কিন্তু এই দুয়োবিধ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত হাতত এটা তীব্ৰ দুৰ্গন্ধ ৰৈ যায় যিটো সহজে আঁতৰিব নিবিচাৰে। বাৰে বাৰে চাবোনেৰে হাত ধোৱাৰ পাছতো বহু সময়লৈকে এই গোন্ধ ৰৈ যোৱাৰ বাবে বহুতৰে ওচৰত অপ্ৰস্তুত হ’বলগীয়া হয়। যদি আপুনিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে পাকঘৰতে থকা কিছুমান সহজ সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ পৰা মুক্তি পাব পাৰে।

হাতৰ পৰা পিয়াজ আৰু নহৰুৰ গোন্ধ আঁতৰাবলৈ নেমুৰ ৰস অতি কাৰ্যকৰী। নেমুত থকা চাইট্ৰিক এচিডে যিকোনো ধৰণৰ দুৰ্গন্ধ নিমিষতে নাশ কৰিব পাৰে। ইয়াৰ বাবে এটা নেমু কাটি তাৰ ৰস উলিয়াই দুয়োখন হাতত ভালদৰে ঘঁহি লওক। প্ৰায় এমিনিটমান সময় ৰাখি ঠাণ্ডা পানীৰে ধুই পেলালে গোন্ধটো একেবাৰে নোহোৱা হৈ যায়। ইয়াৰ উপৰিও নেমুৰ ব্যৱহাৰে আপোনাৰ হাতৰ ছালখন উজ্জ্বল কৰি তোলাতো সহায় কৰে।

Apply Now

বেকিং চোডাৰ সহায়তো আপুনি এই সমস্যাৰ সমাধান কৰিব পাৰে। অলপমান বেকিং চোডাত পানী মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক আৰু স্ক্ৰাবৰ দৰে হাতত ৩০ ছেকেণ্ডমান ঘঁহক। ইয়াৰ ফলত হাতৰ পৰা কেৱল দুৰ্গন্ধই আঁতৰি নাযায় বৰঞ্চ ছালৰ মৃত কোষবোৰো পৰিষ্কাৰ হয়। আন এক আচৰিত কৌশল হৈছে ষ্টেইনলেছ ষ্টীলৰ ব্যৱহাৰ। নহৰু আৰু পিয়াজত থকা ছালফাৰৰ অণুবোৰ আঁতৰাবলৈ এটা ষ্টীলৰ পাত্ৰত ঠাণ্ডা পানী লৈ তাত হাত দুখন কিছু সময় ডুবাই ৰাখিলে সুফল পোৱা যায়।

কফি আৰু ছেনিটাইজাৰৰ জৰিয়তেও আপুনি এই দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰে। ৰন্ধা-বঢ়াৰ কাম শেষ হোৱাৰ পিছত হাতত অলপ কফি পাউদাৰ লৈ ভালদৰে ঘঁহিলে মাত্ৰ দুমিনিটৰ ভিতৰতে গোন্ধ নাইকিয়া হয়। একেদৰে এলকহলযুক্ত ছেনিটাইজাৰ হাতত লগালেও ইয়াৰ তীব্ৰ গোন্ধৰ পৰা মুক্তি পাব পাৰি। অৱশ্যে যদি আপুনি এইবোৰ ঝামেলাৰ পৰা বাচি থাকিব বিচাৰে তেন্তে নহৰু আৰু পিয়াজ কটাৰ সময়ত হাতত গ্ল’ভছ পিন্ধি লোৱাটোৱেই আটাইতকৈ উত্তম উপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd