• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

সুস্থ যুৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা : এইমছ আৰু আই চি এম আৰৰ গৱেষণাত পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 6:55 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱ প্ৰজন্মৰ মাজত হঠাতে বৃদ্ধি পোৱা অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সে চমুকৈ এইমছে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ গৱেষণা চলাইছিল।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ বা আই চি এম আৰৰ সহযোগত চলোৱা এই অধ্যয়নৰ ফলাফলসমূহ অলপতে ইণ্ডিয়ান জাৰ্নেল অফ মেডিকেল ৰিচাৰ্চত প্ৰকাশ পাইছে। এই গৱেষণাত বিশেষকৈ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত হোৱা হঠাৎ মৃত্যুক গুৰুত্ব দিয়া হৈছে হৈছে।

Apply Now

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক’ভিডৰ পিছৰ পৰ্যায়ত বহু সুস্থ যুৱক-যুৱতীৰ হঠাৎ মৃত্যু হোৱাক লৈ যি আতংকৰ সৃষ্টি হৈছিল, এই প্ৰতিবেদনে তাৰ বহু বিজ্ঞানসন্মত তথ্য দাঙি ধৰিছে।

গৱেষণাৰ ফলাফল অনুসৰি যুৱ প্ৰজন্মৰ মাজত হোৱা এই হঠাৎ মৃত্যুৰ অন্যতম মুখ্য কাৰণ হ’ল হৃদৰোগ। অধ্যয়নটোত দেখা গৈছে যে যুৱক-যুৱতীসকলৰ মৃত্যুৰ প্ৰায় ৪২.৬ শতাংশৰ বাবে হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা দায়ী। ইয়াৰে বেছিভাগ মৃত্যু ধমনীৰ তেজ চলাচলত বাধা বা ক’ৰোনাৰী আৰ্টাৰী ডিজিজৰ বাবে হোৱা বুলি চিনাক্ত কৰা হৈছে। আচৰিত কথাটো হ’ল যে যিসকল লোক দেখাত সম্পূৰ্ণ সুস্থ আছিল, তেওঁলোকৰ ক্ষেত্ৰতো এনে সমস্যাৰ বাবে হঠাৎ মৃত্যু হোৱা দেখা গৈছে। হৃদৰোগৰ উপৰিও শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু টিবি বা নিউমোনিয়াৰ দৰে ৰোগৰ বাবেও প্ৰায় ২১ শতাংশ যুৱকৰ মৃত্যু হোৱা বুলি অধ্যয়নটোত উল্লেখ কৰা হৈছে।

গৱেষকসকলে স্পষ্টকৈ কৈছে যে ক’ভিডৰ ছিটা বা ক’ভিড সংক্রমণৰ সৈতে এই হঠাৎ মৃত্যুৰ কোনো বৈজ্ঞানিক সম্পৰ্ক পোৱা হোৱা নাই। গৱেষণাত অন্তৰ্ভুক্ত কৰা প্ৰায় ৮৩ শতাংশ মৃত লোকেই ক’ভিডৰ ছিটা গ্ৰহণ কৰিছিল যদিও তেওঁলোকৰ মৃত্যুৰ বাবে ভেকচিনক দায়ী কৰিব পৰা কোনো প্রমাণ পোৱা নগ’ল। ইয়াৰ পৰিৱৰ্তে ধূমপান, অত্যধিক মদ্যপান আৰু আধুনিক জীৱনশৈলীৰ মানসিক চাপৰ দৰে কাৰকসমূহকহে এই বিপদৰ মুখ্য কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। বিশেষকৈ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ পুৰুষসকলৰ মাজত এই সমস্যা অধিক ভয়াৱহ ৰূপত দেখা গৈছে।

বিশেষজ্ঞসকলে এই ভয়াৱহ পৰিস্থিতিৰ পৰা বাচি থাকিবলৈ কিছু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ প্ৰজন্মৰ বাবে সময়ে সময়ে হৃদযন্ত্ৰৰ পৰীক্ষা কৰোৱা, সঠিক খাদ্য গ্ৰহণ কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে প্ৰায় ২১ শতাংশ মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যময় হৈ আছে। এনে পৰিস্থিতিত পৰিয়ালৰ আন সদস্যসকলক সুৰক্ষিত ৰাখিবলৈ জিনীয় পৰীক্ষা বা জেনেটিক টেষ্টিঙৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে। এক কথাত ক’বলৈ গ’লে, এই গৱেষণাই আমাৰ যুৱ সমাজক এক বিশেষ সতৰ্কবাণী দিছে যাতে তেওঁলোকে নিজৰ হৃদযন্ত্ৰ আৰু ফুসফুসৰ যত্ন লয় আৰু কোনো ধৰণৰ অস্বাভাৱিক লক্ষণ দেখিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd