• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী বিৰোধিতাৰ ফল! প্ৰয়াগৰাজত পবিত্ৰ স্নানত বাধা শংকৰাচাৰ্যক; মাটিত বগৰাই সাধুক কৰিলে প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 10:00 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে প্ৰয়াগৰাজৰ মাঘী মেলাত অপ্ৰীতিকৰ পৰিস্থিতি। মৌনি অমৱস্যাৰ দিনা পবিত্ৰ স্নান কৰিবলৈ গৈছিল শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ। শংকৰাচাৰ্যৰ পাল্কি আৱদ্ধ কৰি দিয়াৰ উপৰিও তেওঁৰ শিষ্যসকলক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াতেই শেষ নহয়। হিন্দুত্ববাদীৰ ‘পোষ্টাৰবয়’ যোগী আদিত্যনাথৰ আৰক্ষীয়ে সাধু-সন্তসকলক চুলিত ধৰি মাটিত বগৰাই মাৰপিট কৰে। সংগমৰ পৰা বলপূৰ্বক পাল্কি আঁতৰাই দিয়া হৈছে ।

Apply Now

ইতিমধ্যে ইয়াৰ লগত জড়িত কেইবাখনো ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে। তাত দেখা গৈছে যে আৰক্ষী আৰু স্থানীয় একাংশ লোকে পাল্কি টানি লৈ গৈছে। তাৰে এজনৰ কঁকালত আকৌ পিষ্টল বান্ধি ৰখা আছে। অলপ আঁতৰত আৰক্ষীয়ে এজন সাধুক চুলিত ধৰি টানি মাটিত চোঁচৰাই লৈ গৈছে। তেওঁৰ কাপোৰবোৰ প্ৰায় খুলি গৈছে। লগতে তেওঁক চৰ-থাপ্পৰ মাৰি থকা হৈছে।

অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা পেহেলগাম আক্ৰমণ। অভিমুক্তেশ্বৰানন্দই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিভিন্ন বিষয়ত বাৰে বাৰে সমালোচনা কৰি আহিছে। দীৰ্ঘদিন ধৰি তেওঁ বিজেপিৰ চকুৰ কূটা হৈ পৰিছে। সেই ক্ষোভৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে বিৰোধী শিবিৰে। কংগ্ৰেছে ইয়াক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে কয় যে শংকৰাচাৰ্যক অপমান কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ক্ষমা খুজিব লাগে।

দেওবাৰে শংকৰাচাৰ্যৰ পাল্কিখন হঠাৎ আটক কৰি তেওঁক খোজকাঢ়ি সংগমলৈ যাবলৈ কোৱা হয়। ইয়াৰ পিছতে আৰক্ষী আৰু শংকৰাচাৰ্যৰ শিষ্যৰ মাজত সংঘাত আৰম্ভ হয়। ইয়াৰ ফলত আৰক্ষীয়ে কেইবাজনো সাধুক গ্ৰেপ্তাৰ কৰে। বহুতকে তীব্ৰ প্ৰহাৰ কৰা হৈছিল।

প্ৰয়াগৰাজৰ জিলা দণ্ডাধীশ মনীষ কুমাৰ ভাৰ্মাই স্পষ্ট কৰি দিয়ে যে শংকৰাচাৰ্যই অনুমতি অবিহনে পাল্কি আনিছিল। বিপুল জনসমাগম আছিল। তেওঁৰ সমৰ্থকসকলে বেৰিকেড ভাঙি পেলায়। আৰক্ষীৰ লগত হতাহতিত লিপ্ত হয়। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd