• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি; সুযোগ-সুবিধা, সম্পত্তিকে ধৰি আছে ৩৩টা প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 1:48 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৭ চনৰ লোকপিয়লৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰশ্ন লানিৰ এক অধিসূচনা জাৰি কৰিছে। বৃহস্পতিবাৰে ভাৰতীয় গেজেটত প্ৰকাশিত এক অধিসূচনা অনুসৰি এই প্ৰশ্নসমূহেই হৈছে প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ প্ৰশ্ন।

এই অধিসূচনা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ যোগেদি জনগণনা আইন, ১৯৪৮ৰ বিধান অনুসৰি জাৰি কৰা হৈছে। ফলত ২০২০ চনৰ জানুৱাৰী মাহত জাৰি কৰা পূৰ্বৰ অধিসূচনা বাতিল কৰা হৈছে।

Apply Now

প্ৰথম পৰ্যায়ত হ’ব ঘৰ আৰু বাসগৃহৰ গণনা। এই পৰ্যায়ত মুঠ ৩৩টা প্ৰশ্ন ৰখা হৈছে। এই প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আৰু ছেপ্টেম্বৰ মাহত শেষ হ’ব। চৰকাৰী সূত্ৰ অনুসৰি দ্বিতীয় পৰ্যায়ৰ লোকপিয়লৰ প্ৰশ্ন লানি পৰৱৰ্তী সময়ত পৃথকে অৱগত কৰা হ’ব।

২০১১ চনৰ প্ৰথম পৰ্যায়ৰ লোকপিয়লত ২৯টা প্ৰশ্ন আছিল। এইবাৰ আৰু চাৰিটা সংযোজন কৰা হৈছে। অতিৰিক্ত প্ৰশ্নসমূহ ইণ্টাৰনেট ব্যৱহাৰ আৰু পৰিয়ালৰ মূল খাদ্য শস্যৰ সৈতে জড়িত। এটা নিৰ্দিষ্ট সময়ৰ বাবে ছেলফ এনেউমাৰেশ্যন বা স্ব-গণনা কৰাৰ সুযোগো আছে। ১৫ দিন খোলা থাকিব।

চৰকাৰী অধিসূচনা অনুসৰি, প্ৰশ্নসমূহৰ ভিতৰত ঘৰৰ অৱস্থা, পৰিয়ালৰ গঠন আৰু মৌলিক সুবিধাসমূহৰ সৈতে জড়িত সবিশেষ তথ্য সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত ঘৰৰ সংখ্যা, লোকপিয়ল ঘৰৰ নম্বৰ, মজিয়া, দেৱাল আৰু চালৰ বাবে ব্যৱহাৰ কৰা মূল সামগ্ৰী, লোকপিয়লৰ ঘৰ আৰু ঘৰৰ সংখ্যাৰ ব্যৱহাৰ আৰু অৱস্থা আদি।

তদুপৰি ঘৰখনত সাধাৰণতে বাস কৰা মুঠ ব্যক্তিৰ সংখ্যা, ঘৰৰ মুৰব্বীৰ নাম আৰু লিংগ আৰু মুৰব্বীজন অনুসূচিত জাতি, অনুসূচিত জনজাতি বা আন শ্ৰেণীৰ হয় নে নহয় সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰা হ’ব।

অধিসূচনাখনত ঘৰৰ মালিকীস্বত্বৰ অৱস্থা, বহা কোঠাৰ সংখ্যা, ঘৰখনত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা আৰু খোৱাপানীৰ মূল উৎস আৰু ইয়াৰ উপলব্ধতাৰ বিষয়ে উল্লেখ কৰা হৈছে।

আন আন সবিশেষৰ ভিতৰত পোহৰৰ মূল উৎস, শৌচাগাৰৰ সুবিধা, শৌচাগাৰৰ প্ৰকাৰ, নলা নিষ্কাশন ব্যৱস্থা, গা ধোৱাৰ সুবিধা, পাকঘৰ আৰু এলপিজি/পিএনজি সংযোগ আৰু ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা মূল ইন্ধন আদি অন্তৰ্ভুক্ত।

Notification of questionnaire of Phase I of Census of India 2027 – Houselisting & Housing Census has been issued. The questionnaire for Phase II i.e. Population Enumeration will be notified in due course.

भारत की जनगणना 2027 के प्रथम चरण – मकानसूचीकरण और मकानों की गणना हेतु… pic.twitter.com/1BHbxmA8fN

— Census India 2027 (@CensusIndia2027) January 22, 2026

এই লোকপিয়লত ঘৰুৱা সম্পত্তি যেনে ৰেডিঅ’ বা ট্ৰেঞ্জিষ্টৰ, টেলিভিছন, ইণ্টাৰনেট সংযোগ, লেপটপ বা কম্পিউটাৰ, টেলিফোন বা মোবাইল ফোন বা স্মাৰ্টফোন, চাইকেল, স্কুটাৰ, মটৰ চাইকেল, মপেড, গাড়ী, জীপ বা ভ্যানৰ মালিকীস্বত্বও লিপিবদ্ধ কৰা হ’ব। ইয়াৰ উপৰিও ঘৰখনত খোৱা মূল শস্যৰ তথ্য আৰু লোকপিয়ল সম্পৰ্কীয় যোগাযোগৰ বাবে এটা মোবাইল নম্বৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰিব।

২০২৭ চনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই লোকপিয়ল।দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনাৰ লগতে জাতি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd