• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্থনৈতিক সমীক্ষাত দেশৰ কৃষিক লৈ উদ্বেগ, জিডিপিত আঘাতৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2026 4:09 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক দিনবোৰ ভাৰতীয় অৰ্থনীতিৰ বাবে একেবাৰেই মসৃণ নহয়। বহু ইতিবাচক দিশৰ মাজতো ধুমুহা আহিব বুলি অৰ্থনৈতিক সমীক্ষাত ভৱিষ্যদ্বাণী কৰা হৈছে।

জলবায়ু পৰিৱৰ্তন আৰু জল সংকটে দেশৰ কৃষিৰ ওপৰত পৰা প্ৰভাৱৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় ভূ-ৰাজনীতিত চলি থকা অস্থিৰতালৈকে – এই সকলোবোৰে অনাগত দিনত অৰ্থনীতিক দুৰ্যোগৰ মুখত পেলোৱাৰ আশংকা কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Apply Now

অহা দেওবাৰে (১ ফেব্ৰুৱাৰী) মোডী চৰকাৰৰ সাধাৰণ বাজেট দাখিল কৰা হ’ব। তাৰ পূৰ্বে পৰম্পৰা অনুসৰি আজি বৃহস্পতিবাৰে লোকসভাত অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন দাখিল কৰা হয়। ইয়াক উপস্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।

মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি. অনন্ত নাগেশ্বৰনে প্ৰস্তুত কৰা এই প্ৰতিবেদনত দেশৰ কৃষি খণ্ডৰ সমস্যা বিশেষ গুৰুত্ব লাভ কৰিছে। মোডী চৰকাৰে ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ৰ সপোন দেখুৱাইছে। এই লক্ষ্য পূৰণত কৃষিয়ে বিশেষ ভূমিকা ল’ব। শেহতীয়াকৈ বৃদ্ধি পোৱাৰ পাছতো এই খণ্ডটো উৎপাদনৰ বিভিন্ন সমস্যাই জুৰুলা কৰিছে বুলি প্ৰতিবেদনত সকীয়াই দিয়া হৈছে।

এইবাৰৰ অৰ্থনৈতিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৬-২৭ বিত্তীয় বৰ্ষত দেশৰ জিডিপিৰ বৃদ্ধিৰ হাৰ কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ হাৰ ৬.৮ শতাংশৰ পৰা ৭.২ শতাংশৰ ভিতৰত হ’ব। যিটো চলিত বিত্তীয় বৰ্ষ (২০২৫-২৬)তকৈ কিছু কম।

চলিত বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৭.৪ শতাংশ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে চৰকাৰ তথা বিভিন্ন সংস্থাই। অৰ্থাৎ অহা বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিয়ে যি দুৰ্যোগৰ সন্মুখীন হ’ব লগা হৈছে সেয়া এই প্ৰতিবেদনৰ পৰা স্পষ্ট হৈ পৰিছে। ইয়াৰ লগতে বিত্তীয় ঘাটি ৪.৪ শতাংশ হ’ব পাৰে।

সমীক্ষাত উল্লেখ কৰা হৈছে যে আমেৰিকাই আৰোপ কৰা বৃহৎ শুল্কৰ বোজা বহন কৰি ভাৰতীয় অৰ্থনীতিয়ে নিজৰ বৃদ্ধিৰ গতি অক্ষুণ্ণ ৰাখিছে। আমেৰিকাই ভাৰতৰ কেইবাটাও সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে অৰ্থনৈতিক বিকাশ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছিল। কিন্তু ফলাফল আশা কৰাতকৈ ভাল হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd