• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৈধ অনুমতি অবিহনেই আকাশত ৮ বাৰকৈ উৰিল এয়াৰ ইণ্ডিয়াৰ বিমান, এক কোটি টকাৰ জৰিমনা বিহা হ’ল বিমান সংস্থাটোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 7:12 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈধ শংসাপত্ৰ অবিহনেই যাত্ৰীবাহী বিমান চলাচল কৰাৰ গুৰুতৰ অভিযোগত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্বন চমুকৈ ডিজিসিএ-য়ে। নিয়ম উলংঘা কৰাৰ বাবে বিমান নিয়ন্ত্ৰক সংস্থাটোৱে এয়াৰ ইণ্ডিয়াক এক কোটি টকাৰ বৃহৎ জৰিমনা বিহিছে। ডিজিসিএ-ৰ মতে এই ত্ৰুটিয়ে বিমান সংস্থাটোৰ সুৰক্ষাৰ মানদণ্ড আৰু জনসাধাৰণৰ বিশ্বাস দুয়োটাতে আঘাত হানিছে।

অভিযোগ অনুসৰি যোৱা বছৰৰ ২৪ আৰু ২৫ নৱেম্বৰত এয়াৰবাছ এ৩২০ নামৰ এখন বিমানে দিল্লী, বেংগালুৰু, মুম্বাই আৰু হায়দৰাবাদৰ মাজত মুঠ আঠবাৰকৈ উৰণ সম্পন্ন কৰিছিল। এই উৰণসমূহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এয়াৰৱৰ্ডিনেছ ৰিভিউ চাৰ্টিফিকেট বা এআৰচি নাছিল। উল্লেখ্য যে প্ৰতিখন বিমানে বছৰেকীয়া সুৰক্ষা পৰীক্ষাৰ অন্তত এই শংসাপত্ৰ লাভ কৰাটো বাধ্যতামূলক। এই ঘটনাৰ পিছত হোৱা বিভাগীয় তদন্তত বিমান সংস্থাটোৰ ভিতৰচ’ৰাৰ কেইবাটাও পদ্ধতিগত বিফলতাৰ কথা পোহৰলৈ আহে। আনকি পাইলটসকলৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে কাৰণ উৰণৰ পূৰ্বে ল’বলগীয়া সাৱধানতাসমূহ সঠিকভাৱে পালন কৰা হোৱা নাছিল।

Apply Now

ডিজিসিএ-ৰ যুগ্ম মহাপৰিকিলক মণীশ কুমাৰে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলছনক এখন চিঠিৰ জৰিয়তে এই নিৰ্দেশনা প্ৰদান কৰিছে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে এই কাৰ্যই যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। এয়াৰ ইণ্ডিয়াই ইতিমধ্যে কেইবাটাও দুৰ্ঘটনাৰ বাবে তীব্ৰ নিৰীক্ষণৰ মাজত থকাৰ সময়তে এই নতুন জৰিমনাৰ বোজা পৰিছে। যোৱা জুন মাহত আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তও বৰ্তমান চলি আছে।

এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ দুৰ্ঘটনাক লৈ শেহতীয়াকৈ হোৱা চৰ্চাৰ মাজতে এয়াৰক্ৰাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্বন ব্যুৰো বা এএআইবি-য়ে জানিবলৈ দিছে যে এই তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই। পাইলটৰ স্বেচ্ছাকৃত ভুলৰ বাবে দুৰ্ঘটনা হোৱা বুলি যি চৰ্চা চলিছিল তাকো সংস্থাটোৱে নাকচ কৰিছে। টাটা গোষ্ঠী আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ মালিকানাধীন এই সংস্থাটোৰ নিৰাপত্তা ব্যৱস্থাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd