• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দিল্লীৰ মালৱীয় নগৰত অৰুণাচলী যুৱতীক অপমান কৰি এতিয়া লজ্জিত হৰ্ষ সিং: সমগ্ৰ উত্তৰ পূবৰ ওচৰত বিচাৰিলে ক্ষমা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 10:25 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মালৱীয় নগৰত অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীক বৰ্ণবৈষম্যমূলক গালি-গালাজ কৰা হৰ্ষ সিঙে এতিয়া নিজৰ কৰ্মৰ বাবে লজ্জিত বুলি প্ৰকাশ কৰিছে। তেওঁ আৰু তেওঁৰ পত্নী ৰুবী জৈনে কৰা এই দুৰ্ব্যৱহাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হৰ্ষ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে যি মন্তব্য কৰিছিল সেয়া পৰিস্থিতিৰ উত্তেজনাত কৰিছিল আৰু তাৰ বাবে তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছে। এই দম্পতীহালে যুৱতীকেইগৰাকীক বৰ্ণবাদী শব্দ ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকৰ চৰিত্ৰক লৈও অতি নিম্নমানৰ কথা কৈছিল।

ঘটনাৰ সূত্ৰপাত হৈছিল এটা সামান্য কথাৰ পৰা। যুৱতীকেইগৰাকীয়ে তেওঁলোকৰ ভাড়া ঘৰত বিদ্যুৎ সংযোগৰ কাম কৰি থকাৰ সময়ত কিছু ধূলি হৰ্ষ সিঙৰ ঘৰত পৰিছিল। এই কথাকে লৈ দুয়োপক্ষৰ মাজত তৰ্ক আৰম্ভ হয় আৰু হৰ্ষ সিং আৰু তেওঁৰ পত্নীয়ে যুৱতীকেইগৰাকীক লক্ষ্য কৰি বিভিন্ন অপমানজনক মন্তব্য কৰে। আৰক্ষীৰ সন্মুখতে হোৱা এই কাজিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। হৰ্ষ সিঙে জনাইছে যে তেওঁলোকে আৰক্ষীক সম্পূৰ্ণ সহায় কৰিছে আৰু ন্যায়পালিকাৰ ওপৰত তেওঁলোকৰ ভৰসা আছে। লগতে তেওঁ অনুৰোধ কৰিছে যাতে তেওঁলোকৰ পৰিয়াল আৰু বৃত্তিক এই ঘটনাৰ মাজলৈ টানি অনা নহয়।

Apply Now

ইফালে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে হৰ্ষ সিঙৰ এই ক্ষমাক সহজভাৱে ল’ব পৰা নাই। বহুতে মন্তব্য কৰিছে যে এয়া কেৱল খঙৰ ভমকত কোৱা কথা নহয়, বৰঞ্চ উত্তৰ-পূবৰ লোকসকলৰ প্ৰতি থকা সমাজৰ এক গভীৰ বৰ্ণবাদী মানসিকতাহে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে কথা পাতিছে আৰু দিল্লী আৰক্ষীৰ আয়ুক্তক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। চৰকাৰে স্পষ্ট কৰি দিছে যে উত্তৰ-পূবৰ লোকসকলৰ সুৰক্ষা আৰু আত্মসন্মানৰ লগত কোনো ধৰণৰ খেলা কৰিবলৈ দিয়া নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

November 7, 2026 1:34 pm
অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

November 7, 2026 12:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd