• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ব্যাহত বিমান চলাচল: ৫ হাজাৰৰো অধিক উৰণ বাতিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2026 4:33 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াত আমেৰিকা, ইজৰাইল আৰু ইৰাণক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈ উঠা সামৰিক সংঘাতৰ ফলত আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিণতিত বিশ্বজুৰি বিমান চলাচল ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰিছে। এই পৰিস্থিতিৰ ফলত এতিয়ালৈকে ভাৰতীয় এয়াৰলাইনছসমূহে মুঠ ৪,৩৩৫টা উৰণ বাতিল কৰাৰ লগতে বিদেশী এয়াৰলাইনছসমূহেও ১,১৮৭টা উৰণ বাতিল কৰিছে বুলি সোমবাৰে ৰাজ্যসভাত অৱগত কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে. ৰামমোহন নাইডুৱে।

ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ পৰ্বত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে জনায় যে পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ বাবে বিমান চলাচল ব্যাহত হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এনে জটিল পৰিস্থিতিত বিমান চলাচলৰ ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাক চৰকাৰে অগ্ৰাধিকাৰ দিছে। “যেতিয়া কোনো অঞ্চলৰ আকাশপথ বন্ধ হৈ থাকে, তেতিয়া সেই অঞ্চলত উৰণ চলোৱাটো যুক্তিযুক্ত নহয়,” বুলি তেওঁ মন্তব্য কৰে।

Apply Now

মন্ত্ৰী নাইডুৱে লগতে উল্লেখ কৰে যে এই সংকটকালীন পৰিস্থিতিতো ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু অসামৰিক বিমান চলাচল সঞ্চালকালয়ে (DGCA) সংশ্লিষ্ট দেশসমূহৰ নিয়ামক সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি আছে। তেওঁ কয় যে যেতিয়াই কোনো আকাশপথত উৰণ চলাবলৈ সুবিধা উপলব্ধ হৈছে, তেতিয়াই ভাৰতীয় বিমান সংস্থাসমূহে উৰণ চলাইছে।

তেওঁ জনোৱা মতে, এই সংকটৰ মাজতো প্ৰায় ২,১৯,৭৮০ জন যাত্ৰীয়ে বিমানযোগে যাত্ৰা সম্পন্ন কৰিছে। ভাৰতীয় বিমান সংস্থাসমূহে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি সুৰক্ষিতভাৱে বিমান চলাচল অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ নিশ্চিত কৰে।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ কিছু আকাশমাৰ্গ এতিয়াও বন্ধ হৈ আছে আৰু সেইসমূহ মুকলি নোহোৱালৈকে স্বাভাৱিক বিমান চলাচল আৰম্ভ কৰা সম্ভৱ নহ’ব। তেওঁ পুনৰ দোহাৰে যে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ পিছতেইহে নিয়মীয়া বিমান চলাচল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ব।

পশ্চিম এছিয়াত চলি থকা এই সংঘাতে কেৱল ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰতেই নহয়, বিশ্বজুৰি বাণিজ্য, যাতায়াত আৰু বিমান চলাচল ব্যৱস্থাতো গভীৰ প্ৰভাৱ পেলোৱা দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে, যদি এই সংঘাত শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা নহয়, তেন্তে বিশ্বব্যাপী বিমান চলাচল আৰু পৰ্যটন খণ্ডত ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd