• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতত অত্যাৱশ্যকীয় ঔষধৰ নাটনি: ঔষধ নিৰ্মাতা সংস্থাৰ সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2026 9:09 am
AI-generated photo

AI-generated photo

56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলস্বৰূপে ভাৰতত পেৰাচিটামল, এমোক্সিচিলিন আদিৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ তীব্ৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। এই সংকটৰ বিষয়ে সতৰ্ক কৰি দিছে যে দেশৰ অন্যতম বৃহৎ ঔষধ নিৰ্মাতা সংস্থা ‘ফেডাৰেচন অৱ ফাৰ্মা এণ্ট্ৰেপ্ৰেনিউৰ্ছ‘ (এফ অ‘ পি ই)-এ চৰকাৰক জৰুৰী হস্তক্ষেপৰ আহ্বান জনাইছে। সংস্থাটোৱে জানিবলৈ দিয়া মতে, ঔষধৰ কেঁচামাল আৰু পেকেজিং সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ বাবে ঔষধৰ উৎপাদন ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে, যিয়ে সমগ্ৰ স্বাস্থ্য খণ্ডটোলৈ ভাবুকি কঢ়িয়াই আনিছে।

সংস্থাটোৰ ৰাষ্ট্ৰীয় সভাপতি হৰিশ কে জৈনে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ঔষধ বিভাগৰ সচিব মনোজ যোশীলৈ যোৱা ১৩ মাৰ্চত প্ৰেৰণ কৰা এখন পত্ৰত এই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে যদি বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকে, তেন্তে পেৰাচিটামল, এমোক্সিচিলিন, মেটফৰ্মিন আৰু এজিথ্ৰমাইচিনৰ দৰে বহুলভাৱে ব্যৱহৃত ঔষধৰ উৎপাদন বাধাগ্ৰস্ত হ‘ব পাৰে। এই ঔষধসমূহ ভাৰতৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। উৎপাদন ব্যৱস্থাত হোৱা যিকোনো ব্যাঘাতে ঔষধৰ উপলব্ধতা আৰু জনস্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি জৈনে সকীয়াই দিছে।

Apply Now

বৰ্তমান মাইক্ৰ‘, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে ঘৰুৱা বজাৰ আৰু চৰকাৰী চিকিৎসালয়সমূহলৈ ঔষধ যোগান ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু মাত্ৰ আঠ-ন দিনৰ ভিতৰতে ঔষধ প্ৰস্তুত কৰা সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ (API) মূল্য ২০ৰ পৰা ৬০ শতাংশলৈকে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও পিভিচি, বটল, লেবেল আৰু কাৰ্টন আদিৰ দৰে পেকেজিং সামগ্ৰীৰ দামো অস্বাভাৱিকভাৱে বাঢ়িছে। ফলস্বৰূপে, চৰকাৰী নিবিদাৰ নিৰ্দিষ্ট মূল্যত ঔষধ যোগান ধৰাটো এই উদ্যোগসমূহৰ বাবে একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। ইয়াৰ ফলত বহুতো ক্ষুদ্ৰ উদ্যোগ বন্ধ হোৱাৰ লগতে বৃহৎ পৰিমাণৰ কৰ্মসংস্থাপনহীনতাৰ সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। লগতে, ৰপ্তানিৰ ক্ষেত্ৰত লজিষ্টিক আৰু পৰিবহণ ব্যয়ো নিৰ্দিষ্ট পথসমূহত দুগুণলৈ বৃদ্ধি পাইছে, যিয়ে নিৰ্মাতাসকলৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে।

সংস্থাটোৰ সহ-সভাপতি বিনোদ কালানিয়ে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি চৰকাৰক সকলো অংশীদাৰ সংস্থাৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ঔষধ প্ৰস্তুতকৰণ আৰু কেঁচামালৰ উদ্যোগসমূহৰ বৰ্তমানৰ প্ৰকৃত অৱস্থা বুজি পাবলৈ চৰকাৰে এনে গুৰুত্বপূৰ্ণ সময়ত এক চিন্তাশীল আৰু ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো অতি প্ৰয়োজন। কেঁচামালৰ যোগানকাৰী আৰু পেকেজিং সংস্থাসমূহৰ দ্বাৰা সৃষ্টি কৰা কৃত্ৰিম নাটনি ৰোধ কৰিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। লগতে, বজাৰৰ স্থিৰতা ঘূৰাই আনি ভাৰতীয় নাগৰিকসকল যাতে জীৱনদায়ী ঔষধৰ পৰা কোনো কাৰণতে বঞ্চিত নহয়, সেয়া সুনিশ্চিত কৰিবলৈও চৰকাৰক আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd