• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁচনি দিয়েই সামৰিল প্ৰতিশ্ৰুতি, বিজেপিৰ তালিকাত কমিল মহিলা প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2026 3:42 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাসকলৰ নামত আঁচনি দি প্ৰলোভিত কৰিলেও ৰাজনীতিত তেওঁলোকক আগবঢ়াই অনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই বিজেপিয়ে।  

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তালিকাত মহিলাৰ প্ৰতিনিধিত্বক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। এইবাৰ মহিলাৰ প্ৰতিনিধিত্ব ২০২১ চনৰ নিৰ্বাচনতকৈও এগৰাকী কম।

Apply Now

এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰা ছয়গৰাকী প্ৰাৰ্থী হ’ল মাধৱী দাস (বীৰচিং-জৰুৱা), জ্যোস্না কলিতা (ছয়গাঁও), নিলিমা দেৱী (মংগলদৈ), অজন্তা নেওগ (গোলাঘাট), নিছ’ তেৰাংপি (ডিফু) আৰু ৰূপালী লাংথাছা (হাফলং)।

এইক্ষেত্ৰত নেতৃত্বই দিয়া পূৰ্বৰ আশ্বাসৰ প্ৰতিফলন নঘটাত প্ৰশ্ন উত্থাপন হৈছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ইংগিত দিছিল যে দলটোৱে যুৱ আৰু নতুন মুখৰ লগতে মহিলা প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি কৰিব।

নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই একাধিকবাৰ কৈছিল যে বিজেপিয়ে যুৱ আৰু শক্তিশালী মুখৰ লগতে মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিত অগ্ৰাধিকাৰ  দিব। বিজেপিৰ প্ৰাৰ্থী তালিকাখনত অৱশ্যে তাৰ কোনো প্ৰতিফলন নঘটিল।

২০২১ চনত বিজেপিয়ে মনোনীত প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ইয়াৰ ৯৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯ গৰাকী মহিলাক মনোনীত কৰিছিল।

আনহাতে, ২০১৬ চনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৮৪খন আসনৰ ভিতৰত ৬ গৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ১২২ খনৰ ভিতৰত ১৭ গৰাকী মহিলাক মনোনীত কৰিছিল।

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্যই ইংগিত দিয়ে যে ভোটাৰ হিচাপে মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ পিছতো অসম বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব সীমিত হৈয়েই আছে। ২০১৬ চনত দলসমূহৰ মাজত ৯১গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৮গৰাকীহে নিৰ্বাচিত হৈছিল। ইপিনে, ২০২১ চনত এই সংখ্যা আৰু হ্ৰাস পাইছিল, ১২৬ জনীয়া সদনত ৭৬ গৰাকী মহিলা প্ৰাৰ্থীৰ মাত্ৰ ছয়গৰাকীয়েহে আসন লাভ কৰিছিল।

এই পৰিসংখ্যাই ৰাজনৈতিক দলসমূহে অধিক প্ৰতিনিধিত্বৰ প্ৰতিশ্ৰুতি দি অহাৰ পিছতো নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণ আৰু বিধানসভাত তেওঁলোকৰ প্ৰতিনিধিত্বৰ মাজত বিৰাট ব্যৱধানকে তুলি ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd